জ্যামিতিৰ অংকন ( Geometrical Construction ) অধ্যায় 12 । অনুশীলনী 12 (B) | Chapter 12 Class 6 Maths AJB School Question Answer | জ্যামিতিৰ অংকন ( Geometrical Construction ) Lesson 12 Class 6 Maths AJB School Question Answer And Solution For Assam |

জ্যামিতিৰ অংকন

অধ্যায় 12

অনুশীলনী 12 (B)

1. কোণমাপকৰ সহায়ত তলত দিয়া মাপৰ একোটা কোণ অংকন কৰি ৰুলমাৰি আৰু কম্পাছৰ সহায়ত ইয়াৰ সৰ্বসম একোটা কোণ অংকন কৰা ।

(i)  50॰

(ii) 35॰

(iii) 75॰

(iv) 140॰

2. 55॰ মাপৰ কোণ এটা অংকন কৰি ইয়াৰ সমানে দুভাগ কৰা ।

3. 100॰ মাপৰ কোণ এটা আঁকি লৈ ইয়াৰ সমদ্বিখণ্ডকডাল অংকন কৰা ।

4. কোণমাপকৰ সহায়ত 40॰ মাপৰ এটা কোণ <ABC আঁকি লোৱা । এতিয়া ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এটা কোণ <PQR অংকন কৰা যাতে <PQR = 2 <ABC ।

5. ৰুলমাৰি আৰু কম্পাছৰ সহায়ত তলত দিয়া মাপৰ একোটাকৈ কোণ অংকন কৰা ।

i) 60॰

ii) 30॰

iii) 15॰

iv) 120॰

v) 90॰

vi) 45॰

vii) 135॰

Question Type By- Himadree Bora

Post ID: DABP001913