পানী-প্ৰকৃতিৰ এক মহৎ দান | Chapter 12 | Class 6 New Science Chapter 12 Question And Answer | Class 6 New Science Chapter 12 Solution AJB |

প্ৰশ্নাৱলী

1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা: 

i ) পৃথিৱীপৃষ্ঠত থকা কিমান শতাংশ পানী ব্যৱহাৰযােগ্য? 

( a ) 97 % 

( b ) 3 % 

( c ) 75 % 

( d ) এটাও নহয় 

উত্তৰঃ

ii ) ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনকেইটা প্রক্রিয়া জড়িত? 

( a ) ঘনীভৱন 

( b ) অধঃক্ষেপণ 

( c ) বাষ্পীভৱন 

( d ) ( a ) আৰু ( c ) দুয়ােটা 

উত্তৰঃ 

iii ) ব্যৱহাৰযােগ্য পানীৰ উৎস হল— 

( a ) সাগৰ 

( b ) মহাসাগৰ 

( c ) কুঁৱা 

( d ) এটাও নহয় 

উত্তৰঃ

iv ) অতি কম পৰিমাণৰ বৰষুণ হলে কি ঘটে? 

( a ) ধুমুহা

( b ) অনাবৃষ্টি 

( c ) বানপানী 

( d ) ঘনীভৱন 

উত্তৰঃ 

(v ) তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয়? 

( a ) ফুটা পাইপৰ পৰা পানী ওলাই থকা বন্ধ কৰা। 

( b ) পানী টেংকিৰ পৰা পানী পৰি থকা বন্ধ কৰা। 

( c ) প্রতিদিনে মাত্র দুগিলাছ পানী খােৱা।

( d ) খুলি থােৱা টেপ বন্ধ কৰাৰ অভ্যাস কৰা।

উত্তৰঃ 

2. স্তম্ভ A আৰু স্তম্ভ B মিলােৱা:

উত্তৰঃ

3. তলৰ প্রতিটোৰে দুটাকৈ উদাহৰণ দিয়া : 

উত্তৰঃ

4. চমু উত্তৰ দিয়াঃ

i ) পৃষ্ঠজলৰ তিনিটা উৎসৰ নাম লিখা।

উত্তৰঃ

ii ) পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী ক’ত থাকে?

উত্তৰঃ 

iii ) জলচক্র কাক বােলে?

উত্তৰঃ 

iv ) ভূ-জল বুলিলে কি বুজা?

উত্তৰঃ 

v ) অনাবৃষ্টি কাক বােলে?

উত্তৰঃ

vi ) পানী সংৰক্ষণৰ বাবে ঘৰত তুমি কি কৰিবা

উত্তৰঃ

5. উত্তৰ দিয়াঃ 

i ) পানীৰ পাঁচটা ব্যৱহাৰ উল্লেখ কৰা। 

উত্তৰঃ

ii ) চিত্রসহ জলচক্ৰৰ বিষয়ে বুজাই লিখা। 

উত্তৰঃ

iii ) বৰষুণৰ পানী সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়ােজনীয়তা উল্লেখ কৰা। 

উত্তৰঃ

iv ) অনাবৃষ্টিৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা। 

উত্তৰঃ

v ) ডাঙৰ চহৰবােৰত ভূ – জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ কাৰণ কি হ’ব পাৰে? 

উত্তৰঃ

vi ) বানপানীৰ কাৰণ আৰু ইয়াৰ অপকাৰৰ বিষয়ে লিখা।

উত্তৰঃ