প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) অধ্যায় 7 । অনুশীলনী 7 (C) | Chapter 7 Class 6 Maths AJB School Question Answer | প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) Lesson 7 Class 6 Maths AJB School Question Answer And Solution For Assam |

প্ৰাথমিক আকৃতিসমূহ

 অধ্যায় 7

অনুশীলনী 7 (C)

1. তলৰ কোনবোৰ চতুৰ্ভুজ ?

2. কাষৰ চিত্ৰত PQRS এটা চতুৰ্ভুজ ।

i) চতুৰ্ভুজ কোণকেইটাৰ নাম লিখা ।

ii) শীৰ্ষবিন্দুকেইটাৰ নাম লিখা ।

iii) বাহুকেইটাৰ নাম লিখা ।

iv) সন্নিহিত বাহু কিমানযোৰ আছে ? প্ৰতিযোৰৰ নাম লিখা ।

v) কৰ্ণ দুডালৰ নাম লিখা ।

vi) বিপৰীত বাহুকেইযোৰৰ নাম লিখা ।

vii) সন্নিহিত কোণকেইযোৰৰ নাম লিখা ।

viii) বিপৰীত কোণকেইযোৰৰ নাম লিখা ।

3. কাক বোলে লিখা ।

i) ট্ৰেপেজিয়াম 

ii) সামন্তৰিক

iii) আয়ত

iv) ৰম্বাছ

v) বৰ্গ

4. কি চৰ্তত এটা সামন্তৰিক –

i) ৰম্বাছ হ’ব ?

ii) আয়ত হ’ব ?

5. সত্য নে অসত্য লিখা ।

i) সামন্তৰিকৰ প্ৰতিটো কোন 90॰ ।

ii) আয়তৰ বাহুবোৰ সমান ।

iii) ৰম্বাছৰ চাৰিওটা বাহু সমান । 

iv) বৰ্গৰ প্ৰতিটো কোণ 90॰ ।

v) আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল ।

vi) বৰ্গৰ বিপৰীত বাহুবোৰ সমান্তৰাল নহয় ।

vii) সকলো আয়তেই সামান্তৰিক ।

viii) সকলো সামান্তৰিকেই বৰ্গ ।

ix) সকলো ৰম্বাছ বৰ্গ নহয় ।

x) সকলো বৰ্গ আয়ত নহয় ।

Question Type By- Himadree Bora

Post ID: DABP001726