প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) অধ্যায় 7 । অনুশীলনী 7 (D) | Chapter 7 Class 6 Maths AJB School Question Answer | প্ৰাথমিক আকৃতিসমূহ ( Elementary Shapes) Lesson 7 Class 6 Maths AJB School Question Answer And Solution For Assam |

প্ৰাথমিক আকৃতিসমূহ

 অধ্যায় 7

অনুশীলনী 7 (D)

1. তলত দিয়া ব্যাসাৰ্ধযুক্ত একোটাকৈ বৃত্ত অংকন কৰা ।

(i) 3 ছেমি.

(ii) 35 মিমি.

(iii) 4.2 ছেমি.

2. বৃত্তৰ ব্যাস দিয়া আছে । ব্যাস উলিওৱা ।

(i) 8 ছেমি.

(ii) 18 ছেমি.

(iii) 30 ছেমি.

3. বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে । ব্যাস উলিওৱা ।

(i) 7 ছেমি.

(ii) 4.2 ছেমি.

(iii) 16 মিমি.

4. কাক বোলে লিখা ।

(i) ব্যাসাৰ্ধ

(ii) ব্যাস

(iii) জ্যা

(iv) বৃত্ত

(v) বৃত্তক্ষেত্ৰ

5. এটা যিকোনো বৃত্ত আঁকা । বৃত্তটোৰ ওপৰত দুটা বিন্দু লৈ উপচাপ আৰু অধিচাপ দুটা দেখুওৱা ।

6. এটা বৃত্তৰ ব্যাসাৰ্ধ 4 ছেমি. । বৃত্তটোৰ আটাইতকৈ দীঘল জ্যাডালৰ দীঘ কিমান হ’ব ?

7. এটা যিকোনো বৃত্ত আঁকি বৃত্তটোৰ যিকোনো এটা চাপ আঁকা । চাপটোৰ দ্বাৰা গঠন হোৱা গৌণ বৃত্তকলা আৰু মুখ্য বৃত্তকলা চিহ্নিত কৰি দেখুওৱা ।

Question Type By- Himadree Bora

Post ID: DABP001753