বজালে বাজে,পানীত থাকে,বেচিলে দাম পায়,ভাঙি চালে একো নাই ?

উত্তৰঃ শংখ