বাঘৰ দৰে জপিয়ায়,ঘোঁৰাৰ দৰে ঘাঁহ খায়,চৰাই দৰে উৰি যায়,ইনো কি প্ৰাণী কোঁৱাচোন ভাই ?

উত্তৰঃ ফৰিং