বীজগণিত (Algebra ) অধ্যায় 10 । অনুশীলনী 10 (B) | Chapter 10 Class 6 Maths AJB School Question Answer | বীজগণিত (Algebra ) Lesson 10 Class 6 Maths AJB School Question Answer And Solution For Assam |

বীজগণিত

অধ্যায় 10

অনুশীলনী 10 (B)

1. তলত দিয়া প্ৰতীকবোৰৰপৰা ধ্ৰুৱক আৰু চলকবোৰ বাছি উলিওৱা ।

2. তলৰ প্ৰতিটো বীজীয় ৰাশিৰ পদবোৰ লিখা ।

(i) a + b – c

(ii) 2x2yz

(iv) 3a2bc – 4ab2c + 5abc– 9

(v) 3x– 2x+ 4x – 7

3. তলৰ বীজগণিতীয় ৰাশিবোৰৰ মাজৰ পৰা একপদ, দ্বিপদ আৰু ত্ৰিপদবোৰ বাছি উলিওৱা ।

(i) 2x – 3y + 6z

(ii) (iii) -0.5x + 1

(iv) 

(v) 7a2bc

(vi) 6x2yz + 3(vii) 9y – 7z + 2

(viii) 

(ix) a + b

(x) 2x + 3b – 4c

4. তলৰ পদবোৰৰ উৎপাদকবোৰ লিখা । ( যিকোনো পাঁচটা )

(i) 4x

(ii) -5x2

(iii) 11a2b

(iv) 13ab2c(v) 12xyz5. তলৰ পদবোৰৰ নিৰ্দেশ কৰা অনুসৰি সহগবোৰ লিখা ।(i) 7xত x ৰ সহগ(ii) -15yত y ৰ সহগ

(iii) 6a2bত b ৰ সহগ(iv) -8xyত x ৰ সহগ

(vi) – 3pqrত p ৰ সহগ

(vii) 9pq2rত q2 ৰ সহগ

(viii) –a2ত a2  ৰ সহগ

(ix) x3 ত x3 ৰ সহগ

(x) -5a2bcত  c ৰ সহগ6. তলৰ পদবোৰৰ সাংখ্যিক সহগবোৰ লিখা ।(i) -pq

(iii) x3y(iv) -11xyz

(v) -9a2bc

(vi) 0.5 x37. তলৰ বীজগণিতীয় ৰাশিবোৰৰ ধ্ৰুৱক পদবোৰ লিখা ।(i) x2 – 9
(ii) 2y– 6y2 + 3
(iii) 2a– 3b+ C+ 1
(v) 3x2y +4xy – 2y + 5  (vii) 2z– 3
 
8. তলৰ পদবোৰৰ পৰা সদূশ পদবোৰ বাছি উলিওৱা ।(i) ab, 2a2, bc, -a2, ca, 3a2
(ii) 2x2y, xy, -3xy2, x2y, 6xyz, -5x2y

(iv) u

2v, uvw, u

2w, -4uvw, w

2u, 3uvw, u

2v

2(v) -2z, 6x, -4y, 3z, 5z

2, -7z, z

2x

9. তলত দিয়া প্ৰতিটো পদৰে চাৰিটাকৈ সদূশ পদ লিখা ।
(i) x

2y
(ii) xyz

2(iii) -3p

2q
(iv) ab

3(v) abc

Question Type By- Himadree Bora

Post ID: DABP001863