শদিয়ালৈ গৈছিলো,শতফুল খাইছিলো কেঁচাপাতত বান্ধিছিলো লোণ মাকতকৈ ডাঙৰ হৈ উপজিয়েই জপিয়াই কোন ?

উত্তৰঃ আখৈ