Class 12 Advance Assamese Chapter 1 Question Paper (Part-4)

আমাৰ ছাৰ

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) অতি চমু প্রশ্ন:                                                                     মূল্যাংক: ১

১। ‘ডাৱৰ আৰু নাইগ্ৰন্থখন কাৰ ৰচনা? [HS’10]

২। যোগেশ দাসে কোনখন গল্পপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ? [HS’11, ‘13,’14,’16]

৩। যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ৷ [HS’15]

৪। দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা যোগেশ দাসৰ উপন্যাসখনৰ নাম লিখা ।[HS.’15, ‘17]

৫। “পৃথিৱীৰ অসুখ”— কোন শ্ৰেণীৰ গ্ৰন্থ ? [HS’18]

(খ) চমু প্রশ্নঃ                                               মূল্যাংক : ২/৩/৪

১। সেইবোৰ কৰিবিতো তহঁতক মই —মই ঠিক কৰি দিম ।—

কোনে এনেদৰে কৈছিল? তেওঁ কি কি কাৰ্য কৰিছিল, বিৱৰি লিখা।[HS ‘10]

২। চাঞ্চটো ললোঁ, বেয়া নাপাবি।” সংলাপ ফাঁকিৰ বক্তা কোন? তেওঁ কি ‘চাঞ্চ’ লোৱাৰ কথা কৈছে? [HS ‘12]

(গ) ৰচনাধর্মী প্রশ্ন :                                      মূল্যাংক : ৫

১। ‘আমাৰ ছাৰ’-ৰ প্ৰকৃত নাম কি? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা । [HS ‘09, ‘12, 15,’16,’18]

২। ‘আমাৰ ছাৰ’ কাৰ বিয়ালৈ গৈছিল ? বিয়াত তেওঁ কি কি কাৰ্য কৰিছিল, বিৱৰি লিখা ৷[HS ‘10, ‘13]

৩। ‘আমাৰ ছাৰ’গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক কেনেদৰে দাঙি ধৰা হৈছে, লিখা । [HS’11,’16]

৪। ‘আমাৰ ছাৰ’কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা। [HS’14]

৫। ‘আমাৰ ছাৰগল্পটোৰ লেখক কোন? আমাৰ হাৰ গল্পৰ ছাৰ চৰিত্ৰটোৰ বিষয়ে চমুকৈ লিখা।[HS 17]

Type: Himashree Bora.