Class 12 Advance Assamese Chapter 1 Question Paper (Part-5)

চুটিগল্প

H.S. পৰীক্ষাত অহা প্রশ্ন

 (ক) চমু প্রশ্ন:                                        মূল্যাংক: ২/৩/৪

১। চমুটোকা লিখা :

(ক) চুটিগল্পৰ সংলাপ । [HS ‘99, ‘10]

(খ) চুটিগল্পৰ কলা-কৌশল। [HS 2000, ‘02, ‘03]

(গ) চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ।[HS ‘01]

(ঘ) চুটিগল্পৰ ৰচনা-ৰীতি।[HS ‘04, ‘05, ‘08]

(ঙ) চুটিগল্পৰ সংজ্ঞা।[HS ‘06]

(চ) অসমীয়া চুটিগল্পৰ জন্ম-কথা।[HS ‘08]

(ছ) চুটিগল্পৰ ঐক্য।[HS ‘09, ‘11]

(জ) চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য। [HS ‘13, 14, 16]

(ঝ) বস্তুনিষ্ঠ চুটিগল্প । [HS’13]

(ঞ) চুটিগল্প আৰু সাধুকথাৰ বিষয়বস্তু। [HS’ 13]

(ট) সামাজিক উপন্যাস[HS ‘14]

(ঠ) চুটিগল্পৰ চৰিত্ৰ। [HS’14,’16]

(ড) উপন্যাসত লেখকৰ জীৱনদৰ্শন।[HS’14]

(ঢ) বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পৰ বিভাগ; [HS’ 18]

(ণ) পৰিৱেশ প্রধান চুটিগল্প ৷ [HS’18]

২। সাধুকথা আৰু চুটিগল্পৰ প্ৰধান পার্থক্যবোৰ ফঁহিয়াই দেখুওৱা । [HS ‘08, ‘10, ‘11, ‘12,’14,’18]

৩। চুটিগল্পৰ এটি সংজ্ঞা দিয়া। চুটি গল্পৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা ৷ [HS’12,’14, ‘17]

৪। চুটিগল্প বুলিলে কি বুজা ? ইয়াৰ লক্ষণসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ৷ [HS ‘13,15]

৫। চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্যসমূহ চমুকৈ আলোচনা কৰা । [HS’ 15]

৬। চমুকৈ লিখাঃ

(ক) চুটিগল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি [HS 15, 17]

(খ) চুটিগল্প আৰু সাধুকথাৰ পাৰ্থক্য [HS ‘15,’17]

৭। চুটিগল্পৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । [HS ‘16]

৮। চুটিগল্প আৰু সাধুকথাৰ মাজত দৃষ্টিগোচৰ হোৱা দুটা প্ৰধান প্রভেদৰ বিষয়ে আলোচনা কৰা । [HS ‘16]

(খ) ৰচনাধর্মী প্রশ্ন:                                মূল্যাংক: ৫/৬

১। চুটিগল্পৰ ৰচনা কৌশল সম্পর্কে এটি চমু আলচ যুগুতোৱা ৷ [HS ‘99, ‘09]

২। উপন্যাস আৰু চুটিগল্পৰ মাজত কি কি প্ৰভেদ পৰিলক্ষিত হয়, আলোচনা কৰা। [ HS 2000, 05, 12, 17, 18]

৩।“চুটিগল্প আকৌ সাধুকথাও নহয়, আখ্যানো নহয়।সাধু আৰু আখ্যানৰ মাজত থকা ই এবিধ স্বতঃসম্পূর্ণ সাহিত্য।” –এই উক্তিৰ আলমত চুটিগল্প সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা ।[HS ‘01, ‘04]

৪। “চুটিগল্প কেনেকৈ লিখিব লাগে নাইবা ই কিমান দীঘল হোৱা উচিত ইত্যাদি বিষয়ে একো ধৰাবন্ধা নিয়ম নাই।”

—এই উক্তিৰ আলমত চুটিগল্পৰ বিষয়ে চমুকৈ লিখা ।[HS ‘02]

৫। “চুটিগল্প আধুনিক সাহিত্যৰ এটি বিশিষ্ট অংগ।”

—এই উক্তিৰ আলমত চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে এটি আলচ যুগুত কৰা।[HS ‘03]

৬। চুটিগল্প কাক বোলে ? বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্প কি কি ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ চমু বিৱৰণ দিয়া । [HS ‘06]

৭। চুটিগল্প কাক বোলে? ইয়াৰ প্ৰধান উপাদানবোৰ কি কি? প্ৰতিবিধৰে আলোচনা কৰা । [HS ‘07, ‘09]

৮। চুটিগল্প আৰু উপন্যাসৰ মাজত থকা সাদৃশ্য আৰু । বৈসাদৃশ্যসমূহ আলোচনা কৰা । [HS ‘07]

৯। চুটিগল্পৰ শ্ৰেণী-বিভাজন সম্পর্কে চমুকৈ আলোচনা কৰা ।[HS ‘10]

১০। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ বিকাশত তেওঁৰ অৱদানৰ বিষয়ে লিখা। [HS ‘18]

Type: Himashree Bora.