Class 12 Advance Assamese Chapter 2 Question Paper (Part-2)

মাধৱদেৱ

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্ন:                                          মূল্যাংকঃ ১

১। ‘ব্যৰ্থতাৰ দান’ গল্প পুথিৰ ৰচক কোন ? [HS ‘10]

২। ‘নিৰ্মলা’ নাটকৰ ৰচক কোন ? [HS ‘11]

৩। লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প-পুথিৰ নাম লিখা । [ HS 14]

৪। ‘ধী-শক্তি’ মানে কি ? [HS’15]

(খ) চমু প্রশ্ন :                                                মূল্যাংক : ২/৩/৪

চমু টোকা লিখা : লক্ষ্মীধৰ শৰ্মা  [HS’12,’17]

2। অসমীয়া জাতিলৈ মাধৱদেৱৰ অৱদান সম্পর্কে চমুকৈ লিখা ।[HS’14]

(খ) ৰচনাধর্মী প্রশ্ন :                                                মূল্যাংক : ৫

১। “মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।”—মন্তব্যটিৰ যথাৰ্থতা বিশ্লেষণ কৰি দেখুওৱা । [HS ‘09,’18]

২। শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য লক্ষ্য কৰা যায়, ‘মাধৱদেৱ’ নামৰ পাঠটিৰ সহায়ত আলোচনা কৰা ।[HS ‘10, ‘13,’15]

৩। “মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও শঙ্কৰদেৱতকৈ কম নাছিল, কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে মত বিভিন্ন ৷

 —উক্তিটোৰ আধাৰত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ লক্ষ্যৰ ভিন্নতা সম্বন্ধে বিৱৰি লিখা ৷ [HS’11]

৪। “মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।” কথাষাৰৰ আলমত মাধৱদেৱে অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখা । [HS’16]