Class 12 Advance Assamese Chapter 3 Question Paper (Part-2)

হাগ বিহুৰ পৰম্পৰা

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্নঃ                                 মূল্যাংকঃ ১

১। অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পাতিছিল? [HS ‘99]

২। কোনখন উপন্যাসত বিনোচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায়? [HS 2000, 02, 03, 05, 12, 13, 17]

৩। বিষুৱণকি? [HS ’01]

৪। মধ্যপ্ৰদেশৰ ওৰাওঁসকলে কোন সময়ত বিষ্ণু চিকাৰ ব্যৱস্থা কৰে? [HS ‘02]

৫। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰনামৰ পুস্তিকাখনৰ ৰচক কোন ? [HS ‘04]

৬। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ? [HS ‘05, ‘06, ‘10]

৭। হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ বিষয়ে কি মন্তব্য দিছিল? [HS ‘06]

৮। কেঁচা পাতৰ কঁপনিউপন্যাস কোনে ৰচনা কৰিছিল ? [HS ‘07]

৯। ‘আসাম বন্ধুআলোচনীখন কেতিয়া প্রকাশ পায়। [HS ‘7]

১০। লাইহাৰাওবা নৃত্যকোন ঠাইত প্ৰচলিত? [HS ‘09]

১১। বাঁহীআলোচনীৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ? [HS’09]

১২। বিহুৰ আগদিনাক কি বোলে ? [HS’ 11]

১৩। ড° প্রফুল্লদত্ত গোস্বামীৰ জন্মস্থানৰ নাম লিখা।[HS 14]

১৪। অসমৰ স্কটৰূপে কাক কোৱা হয় ? [HS’15]

১৫। হুঁচৰি কি? [HS’16]

(খ) চমু প্রশ্নঃ                                        মূল্যাংক : ২/৩/৪

ব্যাখ্যা কৰাঃ

(ক) বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে, বেয়া পায়। [HS ‘01, ‘05, ‘06]

২। চমুটোকা লিখা:

হলিৰাম ঢেকিয়াল ফুকন।[HS ‘07, ‘10, 15]

অথর্ববেদ [HS ‘08, ‘11, 14]

ইন্দ্রধ্বজ পূজা [HS ‘08, 10]

আসাম বন্ধু [HS ‘08, 10, 12, 14, 16]

মিৰি জীয়ৰী [HS  ‘091418]

বিষ্ণুপুৰাণ [HS ‘13, 15, 17, 18]

ৰজনীকান্ত বৰদলৈ [HS ‘11, ‘17]

বাঁহী  [HS ’13,’15,’17,’18’]

প্ৰফুল্ল দত্ত গোস্বামী [HS’13]

৩। সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমণকাৰীয়ে অসমৰ বিহু উৎসৱ সম্বন্ধে কি বর্ণনা দি থৈ গৈছে [HS ‘O8]

৪। অসমত বিষুব সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা। । [HS 11, 18]

৫। বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা

(গ) ৰচনধর্মী প্রশ্নঃ                                       মূল্যাংক : ৫

১। “অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত। হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়।” -মন্তব্য কোনে, কি প্রসঙ্গত দিছিল। ইয়াত সোমাই থকা প্রাসঙ্গিক কথাখিনি তোমাৰ ভাষাত লিখা। [HS’99]

২। “বিহু এতিয়া আগৰদৰে ধৰ্মমূলক উৎসৱ নহয়, ই ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ।

__ওপৰৰ কথাখিনিৰ আঁত ধৰি তোমাৰ মতামত যুক্তিসহকাৰে আগবঢ়োৱা। [HS 2000]

৩। আসাম বন্ধুত বলীনাৰায়ণ বৰাই জাতীয় উৎসৱ স্বৰূপে  বিহুৰ প্ৰতি অনুমোদন জনাই লিখা কথাখিনি হাগ বিহুৰ  পৰম্পৰা ত প্ৰবন্ধ লিখকে যিদৰে তুলি দিছে, সেই কথাখিনি  তোমাৰ নিজৰ ভাষাত লিখা। [HS ‘02, 03]

১৮৮৬ খ্ৰীষ্টাব্দত লীনাৰায়ণ বৰাই আসাম বন্ধু ত হি মন্তব্য কৰিছিল, তাত জাতীয় উৎসৱ স্বৰূপ বিহুৰ প্ৰতি অনুমোদন লক্ষ্য কৰিব পাৰি।” আসাম বন্ধু ত বলীনাৰায়ণ বৰাই বিহুৰ বিষয়ে লিখা কথাখিনি তোমাৰ পাঠ্যপুথিত থকাৰ দৰে লিখাঁ। [HS ‘04]

৫।বিহু এক ধর্মীয় অনুষ্ঠান‘ – বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা বিচাৰ কৰা।[HS ‘07, ‘12]

৬। বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ আলোচনা কৰা। [HS ‘09, 17]

৭। বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি? তোমাৰ পাঠ্য প্ৰবন্ধৰ সহায়ত আলোচনা কৰা। [HS 13,15]

৮। অসমৰ বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আনঠাইত দেখা যায়নে, আলোচনা কৰা ।[HS ‘14]

Type: Himashree Bora.