Class 12 Advance Assamese Chapter 5 Question Paper (Part-1)

কাঞ্জনজঙ্ঘাৰ বুৰঞ্জী

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্নঃ                                            মূল্যাংক : ১

১। “শৈলজা পয়োধৰা

পিযুষ সলিলা

সুধনী গঙ্গা।”

—ইয়াত ‘শৈলজাশব্দই কাক বুজাইছে? [HS ‘09]

২। ‘জয়মতীকথাছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল? [HS ‘12]

৩। ইন্দ্ৰমালতীকথাছবিৰ নিৰ্মাতা কোন? [HS ‘13]

৪। জ্যোতিপ্ৰসাদৰ জন্ম কিমান চনত হৈছিল ? [HS’18]

(খ) চমু প্রশ্ন:                                 মূল্যাংক: ২/৩/৪

১। “প্ৰকৃতিৰ অভিনয় মানপী পুতলা

আহিল, উঠিল গ

পাতি পাতি বিচিত্র মেলা,

– ‘মানুহক প্ৰকৃতিৰ অভিনয় পুতলাবুলি কিয় কৈছে, লিখা । [HS ‘13,15,’18]

২। অহৰহ আছে বৈ

সুধনী গঙ্গা।

ময়ো উদাসী আছোঁ

কাঞ্চনজঙ্ঘা।

—কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা । [HS ‘08]

৩। “ ভাৰতবৰ্ষ

দেখি-শুনি জাগে মোৰ

বিষাদতে হর্ষ।

– কবিতাফাঁকিৰ তাৎপৰ্য ফঁহিয়াই দেখুওঁৱা। [HS 10]

৪। “ম‍ই কাঞ্চনজংঘা

   তুষাৰ শুভ্ৰ শিৰ

ময়ে অভ্রভেদী বীৰ,

ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু  কিয় আৰোপ কৰা হৈছে? [HS ‘16]

৫। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এইখন কোনে নিৰ্মাণ কৰিছিল? [HS ‘16]

(গ) ৰচনাধৰ্মী প্রশ্ন :                                                    মূল্যাংক : ৫

১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) অতীতৰো অতীতৰ

যি মহা অতীতে

বর্তমান ভেদি

ভৱিষ্যতলৈ যায়,

মোৰে জুহালতে বহি

বুৰঞ্জীৰ পাত লুটিয়াই…..। [HS ‘07]

(খ) ৰূপান্তৰেদি আহি

   বৰণ সলাই হাঁহি

মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত। [HS ‘11]

২। ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জীকবিতাটিত কবিয়ে প্রাচীন আৰু নতুন ভাৰতৰ ছবি কেনেদৰে অংকন কৰিছে, বুজাই লিখা ৷ [HS ‘09]

Type: Himashree Bora.