Class 12 Advance Assamese Chapter 6 Question Paper (Part-1)

অম্বেষণ

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্ন :                                                                                                        মূল্যাংক : ১

১। অন্বেষণকবিতাটিৰ ৰচক কোন? [HS ‘09]

(খ) চমু প্রশ্নঃ                                                             মূল্যাংক : ২/৩/৪

১। “সমস্ত জগত ঘুৰি নিজ মনে ফুৰিছোঁ বিচাৰি।

     ____ কবিয়ে ইয়াত কাক বিচাৰি ফুৰাৰ কথা কৈছে? [HS ‘09, ‘11]

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা :

(ক) বিৰহ কাতৰ ম‍ই, বিৰহত মৰো দেই-পুৰি,

মোৰ প্ৰাণৰ প্ৰিয়া, ত যাম তোমাক বিচাৰি । [HS ‘10]

(খ) নিজ মনে গাই গাই বিৰহৰ কৰুণ সংগীত

সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি।[HS 12]

৩। “বিৰহ কাতৰ ম‍ই, বিৰহত মৰো দেই-পুৰি, মোৰ প্ৰাণৰ প্ৰিয়া, ত যাম তোমাক বিচাৰি।”

কবিৰ বিৰহৰ চিত্ৰ ইয়াৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে, লিখা  [HS ‘15]

৪। “বিৰহ-কাতৰ মই বিৰহত মৰোঁ দেই-পুৰি”

কবিতাটোত উল্লেখ কৰা মতে কবিৰ বিৰহৰ কাৰণ কি? [HS ‘16]

৫। “বিৰহ-কাতৰ মই বিৰহত মৰোঁ দেই-পুৰি”

– কবিৰ বিৰহৰ কাৰণ বিশ্লেষণ কৰা। [HS’18]

(গ) ৰচনাধর্মী প্রশ্নঃ                                 মূল্যাংক : ৫

১। ‘অন্বেষণকবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ ভাৱ কেনেদৰে প্ৰকাশ পাইছে, লিখা। [HS ‘12]

Type: Himashree Bora.