Class 6 Mathematics Book Chapter 1 Exercise 1 (A) Answer | AJB School Class 6 Mathematics Chapter সংখ্য়া Exercise 1 (A) Question Answer Solution |

পাঠ-1সংখ্য়া (Numbers) অনুশীলনী 1 (A)

 1. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ শব্দৰে লিখা। 

(i) 5,307 

Ans:

(ii) 18,006 

Ans:

(iii) 3,68,509 

Ans:

(iv) 14,07,613

Ans: 

(v) 36,45,13,849 

Ans:

(vi) 630,78,65,000 

Ans:

(vii) 2140,00,13,500 

Ans:

2. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ অংকৰে লিখা। 

(i) চৈধ্য় হাজাৰ পাঁচশ তেইছ

Ans:

(ii) তিনি লাখ সাতাৱন হাজাৰ ষাঠি 

Ans:

(iii) তেৱন লাখ ছয় হাজাৰ তিনিশ চল্লিছ 

Ans:

(iv) বিৰানবৈ কোটি চৌৱন লাখ তেত্ৰিছ হাজাৰ ছয়সত্তৰ 

Ans:

(v) পাঁচশ আঠচল্লিছ কোটি ঊনচল্লিছ হাজাৰ নশ 

Ans:

(vi) দুই হাজাৰ সাত কোটি নবৈ লাখ পঞ্চাছ হাজাৰ 

Ans:

4. 67325749 সংখ্য়াটোৰ ক্ষেত্ৰত 

Ans:

(i) 7 দুটাৰ স্থান মানৰ পাৰ্থক্য় উলিওৱা। 

Solution:

(ii) 2 ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থ্য়ক উলিওৱা। 

Solution:

(iii) কোনটো অংকৰ নিজা মান আৰু স্থান মান একেই হ’ব?

Solution:

5. যদি এটা সংখ্য়াত এটা অংক এবাৰহে ব্য়ৱহাৰ কৰিব পাৰি, তেন্তে 

(i) 2, 3, 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা। 

Solution:

(ii) 0, 4, 7 অংক তিনিটাৰ সহায়ত লিখিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা। 

Solution:

6. (i) 4টা অংকবিশিষ্ট এটা সংখ্য়াৰ দহকৰ স্থানৰ অংকটোৰ দুগুণ। শতকৰ স্থানৰ অংকটোৰ  নিজা মান আৰু স্থান মা একে। সংখ্য়াটো কি?

Solution:

    (ii) 3টা অংবিশিষ্ট এটা সংখ্য়াৰ এককৰ স্থানৰ অংকটো দহকৰ স্থানৰ অংকটোৰ দুগুণ আৰু দহকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটোৰ দুগুণ। এনেকুৱা সংখ্য়া কিমানটা থাকিব পাৰে আৰু কি কি? 

Solution: