Class 6 Mathematics Book Chapter 1 Exercise 1 (C) Answer | AJB School Class 6 Mathematics Chapter সংখ্য়া Exercise 1 (C) Question Answer Solution |

অধ্য়ায়-1

সংখ্য়া (Numbers)

অনুশীলনী 1(C)

  1. খালী ঠাইত > বা < চিন বহুওৱা।

(i) 6,754 🖵 895

Ans:

(ii) 8,734 🖵 9,000

Ans:

(iii) 84,571 🖵 84,372

Ans:

(iv) 2,31,596 🖵 2,30,698

Ans:

(v) 32,65,080 🖵 7,90,486

Ans:

(vi) 68,94,54,982 🖵 90,00,00,542

Ans:

  1. কোনটো ডাঙৰ নিৰ্ণয় কৰা।

(i) 75 হাজাৰ 385 আৰু 152 হাজাৰ 325

Ans:

(ii) 2 লাখ 35 হাজাৰ 159 আৰু 1 মিলিয়ন 295 হাজাৰ 162

Ans:

(iii) 70 লাখ 6 হাজাৰ 13 আৰু 130 মিলিয়ন 691 হাজাৰ 40

Ans:

(iv) 35 কোটি 68 লাখ 30 হাজাৰ আৰু 590 মিলিয়ন 371 হাজাৰ

Ans:

(v) 795 কোটি 95 লাখ 14 হাজাৰ আৰু 32 বিলিয়ন 48 মিলিয়ন

Ans:

  1. তলত দিয়া অংক 4টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।

(i) 3,2,5,7

Ans:

(ii) 2,0,9,8

Ans:

  1. তলত দিয়া অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।

(i) 5,9,6,7,4,1

Ans:

(ii) 5,0,4,8,7,3

Ans:

  1. তলত দিয়া অংক 4টাৰ যিকোনো এটাক 2 বাৰ ব্য়ৱহাৰ কৰি 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্য়া দুটা লিখা।

(i) 5, 4, 7, 3

Ans:

(ii) 1, 5, 9, 8

Ans:

(iii) 5, 0, 6, 9

Ans:

  1. অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে—

(a) এককৰ স্থানত 7 থাকে।

ans:

(b) এককৰ স্থানত 5 থাকে।

Ans:

(c) দহকৰ স্থানত 0 থাকে।

Ans:

(d) শতকৰ স্থানত 3 থাকে।

Ans:

(e) হাজাৰৰ স্থানত 6 থাকে।

Ans:

7. 3টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা টো অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।

Ans:

৪. ওটা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 5টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।

Ans:

9.4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা।

Ans:

4টা বিভিন্ন অংক ব্যৱহাৰ কৰি গঠন কৰিব পৰা 7টা অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখা।

Ans: