Class 6 Mathematics Book Chapter 1 Exercise 1 (F) Answer | AJB School Class 6 Mathematics Chapter সংখ্য়া Exercise 1 (F) Question Answer Solution |

অধ্যায়-1

সংখ্যা (Numbers)

অনুশীলনী 1 (F) 

1. প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I)  13,736 + 1,481

Ans:

(II) 3,092 + 16,521

Ans:

2. প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 4,831 + 16,107

Ans:

(II) 5,986 + 1,65,921

Ans:

3. তলৰ বিয়োগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 685 – 48 [ প্ৰতিটোৰে দহকলৈ আসন্ন মান লৈ ]

Ans:

(II)  13,695 – 8,581 [ প্ৰতিটোৰে শতকলৈ আসন্ন মান লৈ ়

Ans:

(III) 5,361 – 405 [ প্ৰতিটোৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ়

Ans:

4. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ পূৰণফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 239 🗙 87

Ans:

(II) 5,347 🗙 291

Ans:

5. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ হৰণফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 219 ➗ 38

Ans:

(II) 5880 ➗ 307

Ans: