Class 6 Mathematics Book Chapter 2 Exercise 2 (A) Answer | AJB School Class 6 Mathematics Chapter পূৰ্ণ সংখ্য়া Exercise 2 (A) Question Answer Solution |

 অধ্যায় ২ 

পূৰ্ণ সংখ্যা (Whole Numbers)

অনুশীলনী 2(A)

1. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি?

Ans:

2. আটাইতকৈ সৰু পূর্ণ সংখ্যাটো কি?

Ans:

3. 10 তকৈ সৰু পূর্ণ সংখ্যাকেইটা লিখা।

Ans:

4. 205 আৰু 218ৰ মাজৰ পূৰ্ণ সংখ্যাকেইটা লিখা।

Ans:

5. 13799 ৰ ঠিক পিছৰ এটা ক্ৰমিক পূর্ণ সংখ্যা লিখা।

Ans:

6. 110 আৰু 178 ৰ মাজত কিমানটা পূর্ণ সংখ্যা আছে?

Ans:

7. 2550 ৰপৰা 3780লৈ মুঠতে কিমানটা পূর্ণ সংখ্যা আছে?

Ans:

৪. তলৰ প্ৰতিটো সংখ্যাৰ পূৰ্বৱৰ্তী পূর্ণ সংখ্যাটো লিখা।

i) 758

Ans:

 ii) 8790

Ans:

 iii) 10000

Ans:

9. তলৰ প্ৰতিটো সংখ্যাৰ পৰৱর্তী পূর্ণ সংখ্যাটো লিখা।

i) 1015

Ans:

 ii) 8999 

Ans:

iii) 100000

Ans:

10. সত্য নে অসত্য লিখা।

i) 0 এটা স্বাভাবিক সংখ্যা।

Ans:

ii) 1 পূর্ণ সংখ্যা নহয়।

Ans:

iii) শূন্যৰ বাহিৰে বাকী সকলোবোৰ পূর্ণ সংখ্যাই স্বাভাৱিক সংখ্যা।

Ans:

iv) 1 ৰ পূৰ্বৱৰ্তী সংখাটো এটা পূর্ণ সংখ্যা।

Ans:

(v) পূর্ণ সংখ্যাৰ সংখ্যা সীমিত।

Ans:

vi) সকলো স্বাভাবিক সংখ্যাই পূর্ণ সংখ্যা।

Ans:

vii) 799 ৰ পৰৱৰ্তী সংখ্যাটো 800।

Ans:

viii) 1 আটাইতকৈ সৰু পূর্ণ সংখ্যা।

Ans:

ix) এটা দুটা অংকবিশিষ্ট সংখ্যাৰ পৰৱৰ্তী সংখ্যাটো সদায় এটা দুটা অংকবিশিষ্ট সংখ্যা।

Ans:

x) যিকোনো দুটা পূর্ণ সংখ্যাৰ মাজত সদায় এটা পূর্ণ সংখ্যা থাকে।

Ans:

xi) সংখ্যাৰেখাত 25 সংখ্যাটো 23ৰ সোঁফালে থাকে।

Ans:

xii) সংখ্যাৰেখাত a সংখ্যাটো 3ৰ বাঁওফালে থাকিলে a <3 1 

Ans: