Class 6 Mathematics Book Chapter 2 Exercise 2 (B) Answer | AJB School Class 6 Mathematics Chapter পূৰ্ণ সংখ্য়া Exercise 2 (B) Question Answer Solution |

 অধ্যায় ২

পূৰ্ণ সংখ্যা (Whole Numbers)

অনুশীলনী 2 (B) 

1. শুদ্ধ নে অশুদ্ধ লিখা ।

a) পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয় ।

 অধ্যায় ২

পূৰ্ণ সংখ্যা (Whole Numbers)

অনুশীলনী 2 (B) 

1. শুদ্ধ নে অশুদ্ধ লিখা ।

a) পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয় ।

Ans:

b) পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়াই ক্ৰম বিনিময় ধৰ্ম মানি নচলে ।

Ans:

c) পূৰ্ণ সংখ্যাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুটাই সন্মিলন বিধি মানি চলে ।

Ans:

d) 6 ➗ 0 = 0

Ans:

e) 0 ➗ 15 = 0

Ans:

f) 0 ➗ 0 = 1

Ans:

g) 25 ✖ 18  ✖ 27 ✖ 45  = 45 ✖  27 ✖ 25 ✖ 18

Ans:

h) যোগাত্মক একক মৌলটো 1 ।

Ans:

i) গুনাত্মক একক মৌলটো 1 ।

Ans:

j) পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াই সদায় সন্মিলন বিধি মানি চলে ।

Ans:

2. উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা ।

i) 913 + 503 + 87

Ans:

ii) 262 + 1875 + 338 + 125

Ans:

iii) 30 + 31 + 32 + 33 + 34 + 35 + 36 + 37 + 38 + 39 + 40

Ans:

iv) 3001 + 5030 + 999 + 670

Ans:

v) 1 + 2 + 3 + 4 + 5 + 995 + 996 + 997 + 998 + 999

Ans:

3. উপযুক্ত ক্ৰমত সজাই লৈ পূৰণফল উলিওৱা ।

i) 2 ✖ 67 ✖ 5

Ans:

ii) 25 ✖ 932 ✖ 4

Ans:

iii) 2 ✖ 612 ✖  50 ✖ 25 ✖ 4

Ans:

iv) 315 ✖ 8 ✖ 20 ✖ 125 ✖ 5

Ans:

v) 40 ✖ 431 ✖ 125 ✖ 25 ✖ 8

Ans:

4. বিয়োগ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা ।

i) 162 ✖ 6 + 162 ✖ 4

Ans:

ii) 396 ✖ 97 + 396 ✖ 3

Ans:

iii) 1764 ✖ 60 + 1764  ✖ 35 +  1765 ✖ 5

Ans:

iv) 13961 ✖ 99 + 13961

Ans:

5. উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা ।

i) 437 ✖  102

Ans:

ii) 1567 ✖ 1001

Ans:

iii) 329 ✖  1009

Ans:

iv) 101 ✖ 6238

Ans:

6. এজন মানুহে সোমবাৰে 5 কিল’গ্ৰাম, মঙলবাৰে 2 কিল’গ্ৰাম আৰু বুধবাৰে 8 কিল’গ্ৰাম চাউল কিনিলে । যদি প্ৰতি কিল’গ্ৰাম চাউলৰ মূল্য 52 টকা হয়, তেন্তে আটাইখিনি চাউলৰ বাবে মানুহজনে কিমান টকা দিবলগীয়া হ’ল ?

Ans: