Class 6 Mathematics Book Chapter 3 Exercise 1 (C) Answer | AJB School Class 6 Mathematics Chapter গ. সা. উ. আৰু ল. খা. গু. Exercise 3(C) Question Answer Solution |

 অধ্য়ায় 3

গ. সা. উ. আৰু ল.খা. গু. ( HCF and LCM

অনুশীলনী 3 (C)

1. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ল.খা. গু. নিৰ্ণয় কৰা ।

(i) 60, 75

Solution:

(ii) 48, 96

Solution:

(iii) 30, 40, 120

Solution:

(iv) 168, 126

Solution:

(v) 140, 175

Solution:

(vi) 16, 28, 40, 60

Solution:

(vii) 144, 180, 384

Solution:

(viii) 390, 312, 234

Solution:

(ix) 1080, 648, 432

Solution:

(x) 585, 624, 507

Solution:

2. তলৰ সংখ্যাবোৰ চুটি হৰণৰ নিয়মেৰে ল. খা. গু. নিৰ্ণয় কৰা ।

(i) 36, 30

Solution:

(ii) 420 আৰু 450

Solution:

(iii) 336 আৰু 567

Solution:

(iv) 189 আৰু 168

Solution:

(v) 72, 96, 144

Solution:

(vi) 88, 66, 132

Solution:

3. 225 আৰু 180ৰ গ. সা. উ. 45 হ’লে ল. খা. গু. নিৰ্ণয় কৰা ।

Solution:

4. 192 আৰু 216ৰ ল. খা. গু. 1728 হ’লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।

Solution:

5. দুটা সংখ্যাৰ ল. খা. গু. 1449 আৰু গ. সা. উ. 23 । যদি এটা সংখ্যা 161 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।

Solution:

6. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু. ক্ৰমে 131 আৰু 655 । সংখ্যা দুটাৰ পূৰণফল উলিওৱা ।

Solution:

7. দুটা সংখ্যাৰ পূৰণফল 2160 আৰু সংখ্যা দুটাৰ গ. সা. উ. 12 হ’লে ইহঁতৰ ল. খা. গু. নিৰ্ণয় কৰা ।

Solution:

8. দুটা সংখ্যাৰ পূৰণফল 2560 আৰু সংখ্যা দুটাৰ ল. খা. গু. 320 হ’লে ইহঁতৰ গ. সা. উ. নিৰ্ণয় কৰা ।

Solution:

9. দুটা সংখ্যাৰ গ. সা. উ. আৰু ল. খা. গু.ৰ পূৰণফল 74958 । সংখ্যা দুটাৰ এটা 186 হ’লে আনটো নিৰ্ণয় কৰা ।

Solution:

10. দুটা পৰস্পৰ মৌলিক সংখ্যাৰ ল. খা. গু. 143 । যদি সংখ্যা দুটাৰ এটা 13 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।

Solution: