Class 6 Mathematics Book Chapter 3 Exercise 3 (A) Answer | AJB School Class 6 Mathematics Chapter গ. সা. উ. আৰু ল. খা. গু Exercise 3 (A) Question Answer Solution |

 অধ্যায় 3

গ. সা. উ. আৰু ল.খা. গু. (HCF and LCM)

অনুশীলনী 3 (A)

1. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ।

i) তলৰ কোনযোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা ?

(a) 8, 10

(b) 9, 10

(c) 6, 8

(d) 15, 18

Ans:

ii) তলৰ কোনটো মৌলিক সংখ্যা ?

(a) 115

(b) 139

(c) 161

(d) 203

Ans:

iii) দুটা ক্ৰমিক স্বাভাবিক সংখ্যাৰ গ. সা. উ. কি ?

Ans:

(iv) দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গ. সা. উ. কি ?

Ans:

(v) যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয়, তেন্তে a, bৰ গ. সা. উ. কিমান হ’ব?

Ans:

(vi) যদি b, aৰ উৎপাদক হয় তেন্তে a আৰু bৰ গ. সা. উ. কি ?

Ans:

2. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ. সা. উ. কি ?

(i) 28 আৰু 24

Ans:

(ii) 48 আৰু 72

Ans:

(iii) 70 আৰু 84

Ans:

(iv) 104 আৰু 117

Ans:

(v) 525 আৰু 875

Ans:

(vi) 108, 180 আৰু 144

Ans:

(vii) 396, 363 আৰু 330

Ans:

(viii) 120, 960 আৰু 600

Ans:

(ix) 106, 159 আৰু 371

Ans:

(x) 1794, 2346, 4761

Ans:

3. তলৰ সংখ্যাবোৰৰ চুটি হৰণৰ নিয়মেৰে গ. সা. উ. নিৰ্ণয় কৰা ।

(i) 108 আৰু 96

Ans:

(ii) 160 আৰু 176

Ans:

(iii) 85 আৰু 102

Ans:

(iv) 2700 আৰু 1728

Ans:

(v) 5400 আৰু 7560

Ans:

(vi) 150, 140, 210

Ans:

(vii) 90, 108, 126

Ans:

(viii) 216, 240, 264

Ans:

(ix) 324, 360, 396

Ans:

(x) 32, 64, 96, 128

Ans:

4. দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গ. সা. উ. নিৰ্ণয় কৰা ।

(i) 21 আৰু 1176

Ans:

(ii) 504 আৰু 980

Ans:

(iii) 513 আৰু 783

Ans:

(iv) 3528 আৰু 3969

Ans:

(v) 1045 আৰু 1520

Ans:

(vi) 3192 আৰু 14280

Ans:

(vii) 2860, 3146 আৰু 3718

Ans:

(viii) 3780, 5040 আৰু 4725

Ans:

(ix) 3570, 4080 আৰু 4590

Ans: