Class 6 Mathematics Book Chapter 3 Exercise 3 (B) Answer | AJB School Class 6 Mathematics Chapter গ. সা. উ আৰু ল. সা. গু. Exercise 3 (B) Question Answer Solution |



 অধ্যায় 3

গ. সা. উ. আৰু ল. খা. গু (HCF and LCM)

অনুশীলনী 3 (B)

1. তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা ।

Solution:

Solution:

Solution:

2. এজন গাখীৰৰ বেপাৰীয়ে দুটা ডাঙৰ পাত্ৰত ক্ৰমে 624 লিটাৰ আৰু 840 লিটাৰ গাখীৰ আনিলে । দুয়োটা পাত্ৰৰ গাখীৰখিনি পৃথকে পৃথকে সম্পূৰ্ণৰূপে জোখ ল’বলৈ তেওঁ এটা পাত্ৰ ব্যৱহাৰ কৰিলে । এই পাত্ৰটোৰ সৰ্ব্বোচ্চ ধাৰকত্ব কিমান ?

Solution:

3. এখন খেলপথাৰৰ দীঘ 288 ফুট আৰু প্ৰস্থ 210 ফুট । আটাইখিনি কিমান দীঘল এডাল মাৰিৰে দীঘ আৰু প্ৰস্থ উভয়কে সঠিকভাৱে জুখিব পৰা যাব ?

Solution:

4. আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 615 আৰু 936ক হৰণ কৰিলে দুয়ো ক্ষেত্ৰতে 6 ভাগশেষ হ’ব নিৰ্ণয় কৰা । 

Solution:

5. আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 4345 আৰু 4470ক হৰণ কৰিলে ক্ৰমে 5 আৰু 6 ভাগশেষ হ’ব নিৰ্ণয় কৰা । 

Solution:

6. 445, 572 আৰু 699ক হৰণ কৰিলে ক্ৰমে 4, 5 আৰু 6 ভাগশেষ ৰোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি?

Solution:

7. তিনিটা কাঠৰ টুকুৰাৰ দৈৰ্ঘ ক্ৰমে 48 মিটাৰ, 56 মিটাৰ আৰু 72 মিটাৰ । তিনিওটা টুকুৰাক সমান দৈৰ্ঘৰ কিছুমান সৰু সৰু টুকুৰাত ভাগ কৰিব লাগে। টুকুৰা এটাৰ সম্ভাব্য সৰ্বোচ্চ দৈৰ্ঘ নিৰ্ণয় কৰা ।

Solution:

8. এটা কোঠাৰ দীঘ 16 মিটাৰ 50 ছেমি. আৰু প্ৰস্থ 10 মিটাৰ 50 ছেমি. । কোঠাটোৰ মজিয়াখনত সমান ডাঙৰ বৰ্গাকাৰ টাইল লগাব লাগে । সম্ভাব্য সৰ্বনিম্ন টাইলৰ সংখ্যা নিৰ্ণয় কৰা ।

Solution:

9. এটা কোঠাৰ দীঘ, প্ৰস্থ আৰু উচ্চতা ক্ৰমে 8 মিটাৰ 25 ছেমি., 6 মিটাৰ 75 ছেমি. আৰু 4 মিটাৰ 50 ছেমি. । তিনিওটা জোখ সঠিকভাৱে জুখিব পৰা স্কেল এপাতৰ সম্ভাব্য সৰ্বোচ্চ দৈৰ্ঘ কিমান হ’ব নিৰ্ণয় কৰা । 

Solution:

10. এখন ফলৰ দোকানত 52টা আপেল, 646টা নাচপতি আৰু 748টা সুমথিৰা টেঙা আছিল । দোকানীজনে এনেদৰে তিনিওবিধ ফল বেলেগ বেলেগ কিছুমান থূপ কৰি সজাব বিচাৰিলে যাতে প্ৰতিটো থূপতে সমান সংখ্যক ফল থাকে । প্ৰতিটো থূপত ৰাখিব পৰা সৰ্বোচ্চ সংখ্যক ফলৰ সংখ্যা আৰু মুঠ থূপৰ সংখ্যা নিৰ্ণয় কৰা ।

Solution:

11. এজন বেপাৰীয়ে সৰিয়হ তেল 240 লিটাৰ, ৰিফাইন তেল 180 লিটাৰ আৰু 120 লিটাৰ নাৰিকলৰ তেল কিনি আনিলে । তেওঁ এই তিনিওবিধ তেল সমান সমান আকাৰত কিছুমান সৰু টিনত ভৰাই বিক্ৰী কৰিব বিছাৰিলে । এনে একোটা সৰু টিনৰ সৰ্বোচ্চ ধাৰকত্ব কিমান হ’ব যদিহে প্ৰতিবিধ তেল সম্পূৰ্ণৰূপে টিনবোৰত ভৰোৱা হয় ?

Solution:

12. কোনো এক শিক্ষক-প্ৰশিষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ ক্ৰমে গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত ক্ৰমে 108 জন, 84 জন আৰু 60 জনকৈ শিক্ষক-শিক্ষয়িত্ৰী আহিল । প্ৰশিক্ষাৰ্থীসকলক ভাগ কৰি এনেদৰে কেইটামান কোঠাত বহুওৱা হ’ল যাতে প্ৰতিটো কোঠাতে সমান সংখ্যক প্ৰশিক্ষাৰ্থী থাকে আৰু একোটা কোঠাত একে বিষয়ৰ প্ৰশিক্ষাৰ্থী থাকে । প্ৰতিটো কোঠাত বহুওৱা সৰ্বোচ্চ সংখ্যক প্ৰশিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা । লগতে প্ৰতিটো বিষয়ৰ বাবে কিমানটাকৈ কোঠাৰ প্ৰয়োজন হ’ব নিৰ্ণয় কৰা ।

Solution: