Class 6 Mathematics Book Chapter 3 Exercise 3 (D) Answer | AJB School Class 6 Mathematics Chapter গ. সা. উ. আৰু ল.খা. গু.Exercise 3 (D) Question Answer Solution |

 অধ্যায় 3

গ. সা. উ. আৰু ল. খা. গু. ( HCF and LCM )

অনুশীলনী 3 (D) 

1. তলৰ প্ৰতিযোৰ সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাকেইটা নিৰ্ণয় কৰা ।

(i) 182 আৰু 234

Ans:

(ii) 385 আৰু 455

Ans:

(iii) 198 আৰু 242

Ans:

(iv) 254 আৰু 508

Ans:

2. 132, 165 আৰু 143 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা ।

Solution:

3. 33 আৰু 44 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ পাঁচটা অংকবিশিষ্ট সংখ্যাটো নিৰ্ণয় কৰা।

Solution:

4. তিনিটা ঘন্টা পুৱা 10 বজাত একেলগে বাজি উঠিছে । প্ৰথম ঘন্টাটো প্ৰতি 10 ছেকেণ্ডত, দ্বিতীয় ঘন্টাটো প্ৰতি 15 ছেকেণ্ডত আৰু তৃতীয় ঘন্টাটো প্ৰতি 20 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে । ইয়াৰ পিছত কিমান সময়ত ঘন্টা তিনিটা পুনৰ একেলগে বাজি উঠিব ?
Solution:

5. 136 আৰু 104 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা পাঁচটা অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা ।

Solution:

6. দুটা পৰস্পৰ মৌলিক সংখ্যাৰ ল. খা. গু. 2640 । যদি এটা সংখ্যা 55 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা ।

Solution:

7. দুটা পানীৰ নলীৰে টোপ টোপকৈ পানী পৰি আছে । প্ৰথম নলীটোৰে প্ৰতি 6 ছেকেণ্ডৰ মূৰে মূৰে এটোপ এটোপকৈ পানী পৰি আছে । দ্বিতীয় নলীটোৰে 8 ছেকেণ্ডৰ মূৰে মূৰে এটোপ এটোপকৈ পানী পৰি আছে । এবাৰ দুয়োটা নলীৰে একেলগে পানী পৰাৰ পিছত আৰু কিমান সময়ৰ অন্তত পুনৰ দুয়োটা নলীৰে একেলগে পানী পৰিব ?

Solution:

8. বসন্ত কালৰ কোনো এটা দিনত এডাল গছত তিনিটা কুলি চৰাইয়ে বেলেগ বেলেগ সময়ৰ ব্যৱধানত মাতি আছিল । প্ৰথম কুলি চৰাইটোৱে 20 ছেকেণ্ড, দ্বিতীয় চৰাইটোৱে 25 ছেকেণ্ড আৰু তৃতীয় চৰাইটোৱে 30 ছেকেণ্ড সময়ৰ ব্যৱধানত মাত মাতি আছে । যদি পুৱা 6 বজাত তিনিওটা চৰায়ে এবাৰ একেলগে মাত মাতে, তেন্তে ইয়াৰ ঠিক পিছত আৰু কিমান সময়ত তিনিওটা চৰায়ে একেলগে মাতিব নিৰ্ণয় কৰা ।

Solution:

9. 16, 28, 40, 56 ৰে হৰণ কৰিলে 8 বাকী ৰোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা ।

Solution:

10. এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰক ক্ৰমে 3 জনীয়া, 4 জনীয়া, 5 জনীয়া আৰু 6 জনীয়া সৰু সৰু গোটত ভাগ কৰিব পাৰি। শ্ৰেণীটোত অতি কমেও কিমানজন ছাত্ৰ-ছাত্ৰী থাকিব লাগিব ?

Solution:

11. 2, 3, 4, 5, 6 আৰু 7 ৰে বিভাজ্য হোৱা 10000ৰ ওচৰৰ দুটা সংখ্যা নিৰ্ণয় কৰা ।

Solution:

12. তিনিটা ক্ৰমিক সংখ্যাক ক্ৰমে 4, 5 আৰু 6 ৰে হৰণ কৰিলে ক্ৰমে 1, 2, আৰু 3 বাকী ৰয় । তেনেকুৱা আটাইতকৈ সৰু সংখ্যা তিনিটা উলিওৱা ।   

Solution: