Class 6 Mathematics Book Chapter 4 Exercise 4 Answer | AJB School Class 6 Mathematics Chapter জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ Exercise 4 Question Answer Solution |

অধ্যায় 4

জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ ( Basic Geometrical Concepts)

অনুশীলনী 4

1. কাষত দিয়া ৰেখাডালৰ নাম কিমান বিভিন্ন 

ধৰণে (6 ধৰণে ) লিখিব পাৰি লিখি দেখুওৱা ।     

( প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিবা ) 

2. কাষৰ চিত্ৰটোৰ পৰা -a) 4টা বিন্দুৰ নাম লিখা ।                          

b) 5 ডাল ৰেখাখণ্ডৰ নাম লিখা । 

Ans:       

c) 4 ডাল ৰশ্মিৰ নাম লিখা ।

Ans:

d) এডাল ৰেখাৰ নাম লিখা ।

Ans:

3. কাষৰ চিত্ৰটোৰ পৰা উত্তৰ লিখা ।

a) C বিন্দুটো থকা ৰেখাডালৰ নাম লিখা ।

Ans:

C)  A, B, E বিন্দু তিনিটা একৰেখীয়া হয়নে ?

Ans:

d) B বিন্দুটো থকা ৰেখা দুদালৰ নাম লিখা ।

Ans:

e) D আৰু Eৰ মাজেৰে যোৱা ৰেখাডালৰ নাম লিখা ।

Ans:

4. কাষৰ চিত্ৰৰ পৰা লিখা ।                                               

(i) 3 যোৰ সমান্তৰাল ৰেখাৰ নাম লিখা ।

Ans:

(ii) যিকোনো 4 যোৰ কটাকটি কৰা ৰেখাৰ নাম লিখা ।

Ans:

(iii) p আৰু m ৰেখা দুদালে কটাকটি কৰা বিন্দুটোৰ নাম লিখা ।

Ans:

(iv) F বিন্দুটো কোনযোৰ ৰেখাৰ ছেদবিন্দু ?

Ans:

5. উত্তৰ লিখা ।

a) এটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?

Ans:

b) দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ?

Ans:

c) একৰেখীয় বিন্দু কাক বোলে ?

Ans:

d) সমান্তৰাল ৰেখা কাক বোলে ?

Ans:

e) সৰলৰেখাৰ দীঘ জুখিব পাৰিনে ?

Ans:

f) দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে ?

Ans: