Class 6 Mathematics Book Chapter 6 Exercise 6 (A) Answer | AJB School Class 6 Mathematics Chapter ভগ্নাংশ Exercise 6 (A) Question Answer Solution |

অধ্যায় 6

ভগ্নাংশ ( Fraction )

অনুশীলনী 6 (A)

1. তলৰ ভগ্নাংশবোৰৰ পৰা প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা ।,,,
,Ans: 

2. 7 হৰবিশিষ্ট চাৰিটা প্ৰকৃত ভগ্নাংশ লিখা ।

Ans:

3. 11 হৰ বিশিষ্ট চাৰিটা অপ্ৰকৃত ভগ্নাংশ লিখা ।

Ans:

4. 9 লব বিশিষ্ট চাৰিটা প্ৰকৃত ভগ্নাংশ লিখা ।

Ans:

5. 15 লব বিশিষ্ট চাৰিটা অপ্ৰকৃত ভগ্নাংশ লিখা ।

Ans:

6. তলৰ ভগ্নাংশবোৰ মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা ।

Ans:

7. তলৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা ।

Ans: 

8. তলৰ ভগ্নাংশবোৰৰ চাৰিটাকৈ সদৃশ ভগ্নাংশ লিখা ।

Ans:

9. তলৰ প্ৰতিটো ভগ্নাংশৰে চাৰিটাকৈ সমতুল্য ভগ্নাংশ লিখা ।

Ans:

10. খালী বাকচবোৰত উপযুক্ত সংখ্যা বহুওৱা ।

Ans:

15. তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত আছে নে নাই পৰীক্ষা কৰা ।

16. তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা ।

17. তলৰ ভগ্নাংশবোৰৰ কোনটো ডাঙৰ কোনটো সৰু নিৰ্ণয় কৰা ।
Ans:

18. তলৰ ভগ্নাংশবোৰক ঊৰ্ধক্ৰমত সজোৱা ।

Ans:

19. তলৰ ভগ্নাংশবোৰ অধঃক্ৰমত সজোৱা ।

Ans: