Class 6 Social Science Lesson 1 Question and Answer Assam Jatiya Bidyalay | Class 6 Social Science Chapter 1 Solution AJB | Class 7 Social Science Lesson 1 অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ Question Answer Solve |

পাঠ ১

অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰা ধদ্বাদশ শতিকালৈ

১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

(ক) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? 

উত্তৰঃ 

(খ) ৰামায়ণত কোনে প্রাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি লিখা আছে?

উত্তৰঃ 

(গ) কৰতােৱা নদীখন বর্তমান কোন দেশৰ অন্তৰ্গত? 

উত্তৰঃ 

(ঘ) কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? 

উত্তৰঃ 

(ঙ) ৰতিদেৱী কোন? 

উত্তৰঃ

২। প্রাগজ্যোতিষপুৰ শব্দৰ অর্থ কি? 

উত্তৰঃ 

৩। ‘অসম’ নামৰ উৎপত্তি সম্পর্কে থকা দুটি মত আগ বঢ়োৱা। 

উত্তৰঃ 

 

৪। প্রাচীন কামৰূপ ৰাজ্যক কেইটাভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ভাগকেইটাৰ বিস্তৃতি  উল্লেখ কৰা।

উত্তৰঃ প্ৰাচীন কামৰূপ ৰাজ্য়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে – (i) ৰত্নপীঠ, (ii) কামপীঠ (iii) স্বৰ্ণপীঠ আৰু (iv) সৌমাৰপীঠ।

ৰত্নপীঠঃ 

কামপীঠঃ 

স্বৰ্ণপীঠঃ

সৌমাৰপীঠঃ 

১। উত্তৰ লিখা। 

(ক) দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ? 

উত্তৰঃ 

(খ) নৰকে প্রতিষ্ঠা কৰা বংশটোৰ নাম কি? 

উত্তৰঃ 

(গ) প্রাগজ্যোতিষ ৰাজ্যত কোন গােষ্ঠীৰ লােকসকলক ‘কিৰাত’ বুলি কোৱা হৈছিল?

উত্তৰঃ 

(ঘ) ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কাৰ পক্ষ লৈ যুদ্ধ কৰিছিল? 

উত্তৰঃ 

(ঙ) যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ’ৰ ঘোঁৰা বন্দী কৰি থােৱা কামৰূপৰ ৰজাজনৰ নাম কি?

উত্তৰঃ 

২। অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম লিখা । 

উত্তৰঃ 

৩। চমু টোকা লিখা।

(ক) মহীৰঙ্গ দানৱ

উত্তৰঃ 

(খ) নৰকাসুৰ

উত্তৰঃ

(গ) ভগদত্ত

উত্তৰঃ 

১ । কেৱল উত্তৰটো লিখা। 

(ক) ‘ৰুক্মিণী হৰণ’ নাটকৰ ৰচক কোন? 

উত্তৰঃ

(খ) শিশুপাল ক’ৰ ৰজা? 

উত্তৰঃ 

(গ) বর্তমানৰ শদিয়া অঞ্চলত থকা প্রাচীন ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ 

(ঘ) ভীষ্মকৰ ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ 

(ঙ) ৰুক্মিণীয়ে শ্রীকৃষ্ণলৈ বার্তা প্ৰেৰণ কৰা ৰাজপুৰােহিত গৰাকীৰ নাম কি? 

উত্তৰঃ 

(চ) ‘কুমাৰ হৰণ’ নামৰ কাব্য পুথিখনৰ ৰচক কোন? 

উত্তৰঃ 

(ছ) ঊষা – অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম কি? 

উত্তৰঃ

(জ) বাণ ৰজাৰ উপাস্যদেৱতা কোন আছিল? 

উত্তৰঃ 

(ঝ) চিত্রলেখা কোন? 

উত্তৰঃ 

২। বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়? 

উত্তৰঃ 

৩। চমু টোকা লিখা। 

(ক) বাণৰজা 

উত্তৰঃ 

(খ) ভীষ্মক ৰজাউত্তৰঃ 

(গ) হৰিহৰৰ যুদ্ধ 

উত্তৰঃ

(ঘ) ৰুক্মিণী

উত্তৰঃ 

অনুশীলনী 

১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

(ক) বর্মন বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ 

(খ) বর্মন বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি? 

উত্তৰঃ 

(গ) হংসবেগ কোন? 

উত্তৰঃ 

(ঘ) হর্ষবৰ্দ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ

(ঙ) শশাংক কোন ৰাজ্যৰ ৰজা আছিল ? 

উত্তৰঃ 

(চ) ভাস্কৰাব্দ মানে কি?

উত্তৰঃ

(ছ) হিউৱেনচাঙে লিখা ভ্রমণ কাহিনীখনৰ নাম কি?

উত্তৰঃ

(জ) শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ 

(ঝ) ৰাজ্যমতীক কালৈ বিয়া দিয়া হৈছিল? 

উত্তৰঃ 

(ঞ) নেপালত থকা পশুপতি মন্দিৰ কোনে নির্মাণ কৰিছিল? 

উত্তৰঃ 

(ট) শালস্তম্ভসকলৰ ৰাজধানী চহৰখনৰ নাম কি? 

উত্তৰঃ 

(ঠ) পাল বংশৰ প্রতিষ্ঠাতা কোন? 

উত্তৰঃ 

(ড) কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ-কমতা নামেৰে পৰিচিত হয়? 

উত্তৰঃ 

(ঢ) ‘দুর্জয়’ নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰঃ ‘

২। চমু টোকা লিখা। 

(ক) ৰাজ্যমতী 

উত্তৰঃ 

(খ) অমৃতপ্রভা 

উত্তৰঃ অমৃতপ্ৰভা আছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ পত্নী। অমৃতপ্ৰভাৰ ঘৰ আছি

(গ) শ্রীহর্ষ

উত্তৰঃ হৰ্ষবৰ্দ্ধন গৌড়ৰাজ্য়ৰ ৰজা আছিল। হৰ্ষবৰ্দ্ধনৰ ৰাজ কবি আছিল বাণভট্ৰ।

(ঘ) পুষ্যবর্মন 

উত্তৰঃ 

(ঙ) হিউৱেনচাং

উত্তৰঃ 

৩। এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি? 

উত্তৰঃ 

৪। মুছলমানৰ প্রথম আক্ৰমণৰ এটি ফলাফল লিখা। 

উত্তৰঃ 

৫। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লােৱা চাৰিটা সমলৰ নাম লিখা । 

উত্তৰঃ 

৬। কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম লিখা । 

উত্তৰঃ 

৭। কানাই বৰশীবােৱা শিলালিপিত কি লিখা আছে ? 

উত্তৰঃ

৮। ক – অংশৰ লগত খ – অংশ মিলােৱা।

ক-অংশখ-অংশ
এলাহবাদ প্ৰশস্তিগুপ্তসম্ৰাট সমুদ্ৰগুপ্তই খোদিত কৰিছিল।
ডবকাকপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য।
কৰ্ণসুৱৰ্ণগৌড়ৰ ৰাজধানী।
ৰত্নপালপাল বংশৰ এজন ৰজা
ত্যাগসিংহশালস্তম্ভ বংশৰ শেষ ৰজা
নিধানপুৰ তামৰফলিকামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে খোদিত কৰিছিল।

– Hiru Moni Bora