Class 6 Social Science Lesson 17 Question and Answer Assam Jatiya Bidyalay | Class 6 Social Science Chapter17 Solution AJB | Class 6 Social Science Lesson 17 আঞ্চলিক ভূগোল অসম Question Answer Solve |

পাঠ ১৭

আঞ্চলিক ভূগোল অসম

১। একোটাকৈ বাক্যত উত্তৰ দিয়া।

(ক) আঞ্চলিক ভূগােল কাক বােলে?

উত্তৰঃ 

(খ) অসমৰ চাৰিসীমাত থকা যি কোনাে এখন বিদেশী ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ 

(গ) বৰাইল পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম লিখা।

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰা।

(ক) ভূটান অসমৰ _____ দিশত অৱস্থিত।

( খ ) অসমৰ কালি প্রায় ______ বর্গ কিল’মিটাৰ।

(গ) প্রাকৃতিক বৈশিষ্ট্যবােৰ লক্ষ্য কৰি অসমক ______ টা ভৌগােলিক অঞ্চলত ভগাব পাৰি।

(ঘ) বৰাক সমতল অসমৰ ______ অংশত অৱস্থিত।

(ঙ) কার্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগ দুটাৰ নাম সিংহাসন আৰু _______।

(চ) ২০১১ চনৰ লােক পিয়ল মতে অসমৰ মুঠ জনসংখ্যা প্রায় ___ শতাংশ গাঁও অঞ্চলত বাস কৰে।

(ছ) অসমৰ প্রধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু _____

(জ) অসমৰ ভিতৰতে ওখ পাহাৰখনৰ নাম ______

(ঝ) কার্বি মালভূমি _____মালভূমিৰ অংশ।

(ঞ) ব্রহ্মপুত্র উপত্যকাৰ কালি_____বর্গ কিল’মিটাৰ।

৩। যথাযথ উত্তৰ লিখা। ( ২০-২৫টা মান শব্দৰ ভিতৰত )

(ক) আঞ্চলিক ভূগােল বুলিলে কি বুজা? আঞ্চলিক ভূগােল অধ্যয়নৰ উদ্দেশ্য লিখা।

উত্তৰঃ

খা।

উত্তৰঃ 

(গ) প্রাকৃতিক বৈশিষ্ট্যবােৰ লক্ষ্য কৰি অসমক কেইটা ভৌগােলিক ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ 

(ঘ) কাৰ্বি আংলং আৰু ডিমা-হাচাও পাহাৰীয়া অঞ্চলৰ অৱস্থান চমুকৈ লিখা।

উত্তৰঃ 

৪। অসমৰ জলবায়ুৰ বিষয়ে ছটামান বাক্য লিখা।

উত্তৰঃ 

৫। চমু টোকা লিখা।

(ক) অসমৰ নদ-নদী আৰু বিলসমূহ

উত্তৰঃ 

(খ) অসমৰ বনাঞ্চল।

উত্তৰঃ 

(গ) বৰাক উপত্যকা

উত্তৰঃ 

(ঘ) অসমৰ প্রাকৃতিক বিভাগ 

উত্তৰঃ 

(ঙ) অসমৰ অৱস্থান

উত্তৰঃ 

(চ) আঞ্চলিক ভূগোল

উত্তৰঃ 

৬। অসমৰ ভৌগােলিক বিভাগসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

ক) ব্রহ্মপুত্র উপত্যকা বা ব্রহ্মপুত্র সমতল অঞ্চলঃ 

খ) বৰাক উপত্যকা বা বৰাক সমতল অঞ্চলঃ

গ) কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া অঞ্চলঃ