Class 6 Social Science Lesson 4 Question and Answer Assam Jatiya Bidyalay | Class 6 Social Science Chapter 4 Solution AJB | Class 6 Social Science Lesson 4 গুপ্ত সাম্ৰাজ্য Question Answer Solve |

পাঠ ৪

গুপ্ত সাম্ৰাজ্য

১। একোটাকৈ বাক্যত উত্তৰ দিয়া।

(ক) গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?

উত্তৰঃ

(খ) প্রথম চন্দ্রগুপ্তই কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ

(গ) গুপ্ত বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি?

উত্তৰঃ

(ঘ) ‘শকাৰি’ উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰঃ ‘

(ঙ) গুপ্ত শাসন ব্যৱস্থাত প্ৰদেশৰ সর্বোচ্চ বিষয়াজনক কি বােলা হৈছিল?

উত্তৰঃ

(চ) অজন্তা আৰু ইলােৰা ক’ত অৱস্থিত?

উত্তৰঃ

(ছ) ভাৰতৰ নিউটন বুলি কাক কোৱা হয়?

উত্তৰঃ

(জ) ‘মৃচ্ছকটিকম’ নাটকখনৰ লিখক কোন?

উত্তৰঃ ‘

(ঝ) গুপ্ত শাসন কালত দক্ষিণ ভাৰতৰ বিখ্যাত বন্দৰটোৰ নাম কি?

উত্তৰঃ

(ঞ) ‘কামৰূপ’ নামটোৰ উল্লেখ প্ৰথমবাৰৰ বাবে কোনখন শিলালিপিত পােৱা গৈছিল?

উত্তৰঃ

২। প্রথম চন্দ্রগুপ্তই কেনেকৈ গুপ্ত সাম্রাজ্য গঢ় দিছিল লিখা।

উত্তৰঃ

৩। গ্রহণ পৰিমােক্ষ নীতি মানে কি? সমুদ্রগুপ্তই এই নীতি ক’ত আৰু কিয় প্রয়ােগ কৰিছিল?

উত্তৰঃ

৪। নৱৰত্ন বুলি ক’লে কি বুজা?

উত্তৰঃ

৫। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ

৬। গুপ্ত সাম্রাজ্যৰ শাসন ব্যৱস্থা সম্পর্কে বর্ণনা কৰা ।

উত্তৰঃ

৭। গুপ্ত যুগত ভাৰতৰ সামাজিক অৱস্থা কেনে ধৰণৰ আছিল বর্ণনা কৰা।

উত্তৰঃ

৮। গুপ্ত শাসন কালত ভাৰতৰ শিল্পকলাৰ বিকাশৰ ধাৰা সম্পর্কে এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ

৯। ‘গুপ্ত সাম্রাজ্যৰ দিনত ভাৰতীয় সাহিত্যই পূর্ণ বিকাশ লাভ কৰিছিল।’— ব্যাখ্যা কৰা।

উত্তৰঃ

১০। গুপ্ত যুগক কিয় ভাৰতৰ সােণালী যুগ বােলা হয় আলােচনা কৰা ।

উত্তৰঃ