Class 7 Social Science Chapter 11 Solution AJB | Class VII S.Science Lesson 11 Question Assam Jatiya Bidyalay | উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

উত্তৰ – পূৰ্বাঞ্চলৰ জনসংখ্যা

১৷ তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) কোন জনগােষ্ঠীৰ লােকসকল সর্বপ্রথমে উত্তৰ – পূর্বাঞ্চলত বসতি স্থাপন কৰিছিল ? 

উত্তৰঃ দক্ষিণ পুূব এছিয়াৰ পৰা অহা অষ্টএছিুয়াটিক ভাষআৰ জনগোষ্ঠী লোকসকলে।

( খ ) তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ – পূব দিশেদি প্রৱেশ কৰা লােকসকল অসমত কি নামেৰে খ্যাত হয়? 

উত্তৰঃ তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ-পূব দিশেদি প্ৰৱেশ কৰা লোকসকল অসমত টাই-আহোম নামেৰে খ্যাত হয়।

( গ ) ছিকিমত বর্তমান কোন সম্প্রদায়ৰ লােকৰ সংখ্যা সর্বাধিক ? 

উত্তৰঃ ছিকিমত বৰ্তমান নেপালী সম্প্ৰদায়ৰ লোকৰ সংখ্যা সৰ্বাধিক।

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ দশকীয়া হাৰ আটাইতকৈ বেছি ?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত।

( ঙ ) উত্তৰ – পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কিমান শতাংশ লােক নগৰতবাস কৰে ? 

উত্তৰঃ ১৪.১ শতাংশ লোক।

২) তলত দিয়া বাক্যসমূহৰ খালী ঠাইবােৰ পূৰ কৰা :

( খ ) লেপচা সকল ছিকিমৰ আদি বাসিন্দা । 

( খ ) ১৯৯১-২০০১ চনৰপৰা সমগ্র উত্তৰ – পূর্বাঞ্চতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায় । 

( গ ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। 

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত     মিজোৰাম    ত নগৰত বাস কৰা লােকৰ অনুপাত আটাইতকৈ বেছি । 

( খ )অসমত ৭৩ শতাংশ লােক গাঁৱত বাস কৰে ।

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : 

( ক ) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন কিয় ? 

উত্তৰঃ 

( খ ) প্রতি বর্গ কিল’মিটাৰত ১৫০ তকৈ অধিক জনসংখ্যা থকা উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন কি কি ?  

উত্তৰঃ 

( গ ) উত্তৰ – পূর্বাঞ্চল নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ কি ? 

উত্তৰঃ 

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলৰ নগৰসমূহত জনবসতি অতি ঘন হােৱাৰ কাৰণ কি ?

উত্তৰঃ