Class 7 Social Science Lesson 12 Question and Answer Assam Jatiya Bidyalay | Class 7 Social Science Chapter 12 Solution AJB | Class 7 Social Science Lesson 12 “Question Answer Solve |মানৱ সম্পদ আৰু ইয়াৰ উন্নয়নClass 7 Social Science Lesson 12 Question and Answer Assam Jatiya Bidyalay |

১. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা :

( ক ) মানৱ সম্পদ মানে কি ?

উত্তৰঃ

( খ ) দ্বিতীয় মহাযুদ্ধৰ সময়ত কোনখন দেশত দুটাকৈ এটম বােমা নিক্ষেপ কৰা হৈছিল ?

উত্তৰঃ

( গ ) মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য কি ?

উত্তৰঃ

( ঘ ) বৃত্তিমূলক শিক্ষা কাক বােলে ?

উত্তৰঃ

( ঙ ) নিবনুৱা বুলিলে কি বুজা ?

উত্তৰঃ

২. তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) দেশৰ সকলাে লােকক মানৱ সম্পদ বােলা হয় ।

উত্তৰঃ

( খ ) শাৰীৰিকভাৱে বিকলাঙ্গ লােকসকল মানৱ সম্পদ হ’ব পাৰে ।

উত্তৰঃ

( গ ) প্রাকৃতিক সম্পদ অবিহনে আর্থিক উন্নয়ন সম্ভৱ নহয় ।

উত্তৰঃ

( ঘ ) দেশত জনসংখ্যাৰ পৰিমাণ অধিক হােৱাটো মানৱ সম্পদত চহকী হােৱা বুজায় ।

উত্তৰঃ

( ঙ ) মানৱ সম্পদ উন্নয়ন আৰু আর্থিক উন্নয়ন পাৰস্পৰিক নিৰ্ভৰশীল ।

উত্তৰঃ

৩. মানৱ সম্পদ উন্নয়নৰ যি কোনাে পাঁচোটা কাৰক লিখা ।

উত্তৰঃ