Class 7 Social Science Lesson 13 Question and Answer Assam Jatiya Bidyalay | Class 7 Social Science Chapter 13 Solution AJB | Class 7 Social Science Lesson 13 “বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা” Question Answer Solve |

বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা

উত্তৰ লিখা ।

( ক ) কোন চনত প্রথম বিশ্বযুদ্ধ হৈছিল ?

উত্তৰঃ

( খ ) জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ

( গ ) ৰাষ্ট্ৰসংঘ দিবস ’ কোন তাৰিখে পালন কৰা হয় ?

উত্তৰঃ

( ঘ ) ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সদস্য – ৰাষ্ট্ৰসমূহৰ সংসদ ’ বুলি কোৱা হয় ? SIT

উত্তৰঃ

( ঙ ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন কি কি ?

উত্তৰঃ

( চ ) ভেট ’ কি ?

উত্তৰঃ

( ছ ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কার্যকাল কিমান বছৰ ?

উত্তৰঃ

( জ ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা , বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কেতিয়া স্থাপন হৈছিল ?

উত্তৰঃ

( ঝ ) আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কার্যালয় ক’ত ?

উত্তৰঃ

( ঞ ) “ বিশ্ব স্বাস্থ্য দিবস ’ কোন তাৰিখে পালন কৰা হয় ?

উত্তৰঃ

( ট ) ছাৰ্কৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ? কাঁচ মও ২।

উত্তৰঃ

২. খালী ঠাই পূৰ কৰা :

( ক ) ৰাষ্ট্ৰসংঘৰ বর্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা 192 ।

( খ ) ৰাষ্ট্ৰসংঘৰ 6 টা প্রধান অংগ আছে ।

( গ ) সাধাৰণ সভাত প্রত্যেক সদস্য – ৰাষ্ট্ৰৰ ভােটৰ পৰিমাণ 1।

( ঘ ) মুঠ 15 খন সদস্য – ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত ।

( ঙ ) নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যনিৰ্বাহক সমিতি বুলি কোৱা হয় ।

( চ )আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কার্যালয় হলেণ্ডৰ ডি-হেগ চহৰত অৱস্থিত।

( ছ ) সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনীয় কেন্দ্র ।

( জ ) বিশ্ব স্বাস্থ্য সংস্থাৰ প্রধান কার্যালয় জেনেজাত চহৰত অৱস্থিত ।

( ঝ )সাধাৰণ সভাৰ অধিৱেশন বছৰত 1 বাৰ অনুষ্ঠিত হয় ।

ঞ ) ছাৰ্ক 1945 চনত স্থাপিত হৈছিল ।

৩. যথাযথ উত্তৰ লিখা :

( ক ) ৰাষ্ট্ৰসংঘৰ কেনেকৈ সৃষ্টি হৈছিল ?

উত্তৰঃ

( খ ) সাধাৰণ সভাক কিয় সদস্য – ৰাষ্ট্ৰসমূহৰ সংসদ ’ বুলি কোৱা হয় ?

উত্তৰঃ

( গ ) ন্যাসৰক্ষী পৰিষদৰ দুটা কার্য লিখা ।

উত্তৰঃ

(i) ন্যাসৰক্ষী পৰিষদে তাৰ অধীনৰ অঞ্চলবোৰক ৰাজনৈতিক, সামজাকিক, অৰ্থনৈতিক শিক্ষা আদি বিষয়ৰ উন্নতিৰ বাবে চেষ্টা চলায়।

(ii) ন্যাস অঞ্চলত বসবাস কৰা পিছপৰা জাতিসমূহৰ উন্নয়নৰ ক্ষেত্ৰত ন্যাসৰক্ষী পৰিষদে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

(ঘ) আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা কাক বােলে ?

উত্তৰঃ

(ঙ) ছাৰ্কৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৪।ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা ।

উত্তৰঃ

৫।ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবােৰে পালন কৰিবলগীয়া যি কোনাে চাৰিটা নীতি লিখা ।

উত্তৰঃ

৬। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ যি কোনাে চাৰিটা উদ্দেশ্য লিখা ।

উত্তৰঃ

৭। ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেনেকৈ পাব পাৰি আৰু কেতিয়া হেৰুৱাবলগীয়া হয় লিখা ।

উত্তৰঃ

       

৮। সাধাৰণ সভাৰ ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰাঁ ।

উত্তৰঃ

৯। নিৰাপত্তা পৰিষদৰ গঠন , ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰাঁ ।

উত্তৰঃ

১০। সচিব প্রধানক কেনেকৈ নিয়ােগ কৰা হয় ? সচিব প্রধানৰ দায়িত্ব আৰু কর্তব্যবােৰ উল্লেখ কৰাঁ ।

১১। আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধিত যােগাযােগ , আঞ্চলিক সহযােগিতাই কেনেকৈ সহায় কৰে লিখা ।

১২। তলৰ সংক্ষিপ্ত ৰূপকেইটা সম্পূর্ণ ৰূপত লিখা :

ক ) UNO

খ ) UNESCO

গ ) UNICEF

ঘ ) WHO

ও ) ILO

চ ) FAO

ছ ) IMF

জ ) ASEAN

ঝ ) SAARC