Class 8 Assames Chapter 6 MCQs । প্ৰগতিৰ সোণালী বাট ।

প্ৰগতিৰ সোণালী বাট

Chapter 6

১। প্ৰদৰ্শনীখন কোনে পাতিছিল?

(ক) মহিলাসকলে পাতিছিল

(খ) মটা মানুহবোৰে পাতিছিল

(গ) সকলোৱে একলগে পতিছিল

উত্তৰঃ- (ক) মহিলাসকলে পাতিছিল

২। মানুহে ভিৰ কৰা বিপণিখনত কি পদৰ্শন কৰা হৈছিল?

(ক) এড়িপলুৰ পৰা আহ আহৰণ কৰা

(খ) আহৰ পৰা খুতা আহৰণ কৰা

(গ) এড়িপলু পোহাৰ পদ্ধতি

উত্তৰঃ- (গ) এড়িপলু পোহাৰ পদ্ধতি

৩। অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?

(ক) ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিছে

(খ) ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে

(গ) বিশাল বিশাল উদ্যোগ গঢ়ি তুলিছে

উত্তৰঃ- (খ) ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে

৪। স্বাৱলম্বনৰ কাৰণে গঠণ কৰা গোটবোৰক কি বুলি জনা যায়?

(ক) আত্মসহায়ক গোট

(খ) বন্ধন গোট

(গ) ৰাইজৰ গোট

উত্তৰঃ- (ক) আত্মসহায়ক গোট

৫। এই গোট উৎপাদন কৰা সমাগ্ৰীসমূহ কি কৰা হয়?

(ক) বেছি মূল্যত বিক্ৰী কৰা হয়

(খ) সূলভমূল্যত বিক্ৰী কৰা হয়

(গ) বহুত বেছি মূল্যত বিক্ৰী কৰা হয়

উত্তৰঃ- (খ) সূলভমূল্যত বিক্ৰী কৰা হয়

৬। প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?

(ক) ৰাজনৈতিক সকলে

(খ) মহত্মা গান্ধী

(গ) জনতাসকলে

উত্তৰঃ- (খ) মহত্মা গান্ধী

৭। বিপণি শব্দৰ অৰ্থ কি?

(ক) দুকান

(খ) দুকানি

(গ) দুকানখনৰ বস্তু সমূহ

উত্তৰঃ- (খ) দুকানি

৮। ক্ৰেতা শব্দৰ অৰ্থ কি?

(ক) দুকানখন

(খ) দুকানি

(গ) গ্ৰাহক

উত্তৰঃ- (গ) গ্ৰাহক

৯। অফুৰন্ত শব্দৰ অৰ্থ কি?

(ক) যাৰ শেষ নাই

(খ) নাইকিয়া হোৱা

(গ) কাম নথকা

উত্তৰঃ- (ক) যাৰ শেষ নাই

১০। সমমৰ্যাদা শব্দৰ অৰ্থ কি?

(ক) অকনমান

(খ) সমান অধিকাৰ

(গ) গোটেইখিনি অধিকাৰ লাভ কৰিছিল

উত্তৰঃ- (খ) সমান অধিকাৰ

১১. যি আনৰ ওপৰত নিৰ্ভৰ কৰি চলে?

(ক) পৰনিৰ্ভৰশিল

(খ) আত্মনিৰ্ভৰশীল

(গ) অহিংসক

উত্তৰঃ- (ক) পৰনিৰ্ভৰশিল

১২। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি ছলে

(ক) পৰনিৰ্ভৰশিল

(খ) আত্মনিৰ্ভৰশীল

(গ) আত্মবিশ্বাসী

উত্তৰঃ- (খ) আত্মনিৰ্ভৰশীল

১৩। স্থানীয়ভাৱে সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প

(ক) কাঁহ শিল্প

(খ) পাট শিল্প

(গ) কুটীৰ শিল্প

উত্তৰঃ- (গ) কুটীৰ শিল্প

১৪। যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে

(ক) আত্ম বিশ্বাসী

(খ) আত্মনিৰ্ভৰশীল

(গ) পৰনিৰ্ভৰশিল

উত্তৰঃ- (ক) আত্ম বিশ্বাসী

১৫। কাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

(ক) গাৰ্গী

(খ) কিৰণ বেদী

(গ) গংগাবেন মজুমদাৰ

উত্তৰঃ- (গ) গংগাবেন মজুমদাৰ

১৬। অসমীয়া শিপিনীয়ে কাপোৰত কি ৰচিব পাৰে।

(ক) মৰম

(খ) সপোন

(গ) চেনেহ

উত্তৰঃ- (খ) সপোন

১৭। মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আাহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি কি হৈছিল।

(ক) স্তম্ভিত

(খ) মন্তব্য

(গ) ভমিত

উত্তৰঃ- (ক) স্তম্ভিত

১৮। বৰ্তমান কি শিল্প হিচাপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে?

(ক) বয়ন শিল্প

(খ) কুটীৰ শিল্প

(গ) বয়ন শিল্পই কুটীৰ শিল্প

উত্তৰঃ- (গ) বয়ন শিল্পই কুটীৰ শিল্প

১৯। পূৰ্বতে মহিলাসকলে কেৱল কি চাহিদা পূৰাবলৈকে কাপোৰ বৈছিল?

(ক) সকলোৰে

(খ) কেবল মহিলাসকলৰ

(গ) পৰিয়ালৰ

উত্তৰঃ- (গ) পৰিয়ালৰ

২০। আন্তৰ্জাতিক নাৰী সৱলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ  কিমান  চনত ঘোষণা কৰা হৈছিল?

(ক) ২০১১ চনত

(খ) ১৯২০ চনত

(গ) ২০০১ চনত

উত্তৰঃ- (গ) ২০০১ চনত