Class 8 Assamese Book Chapter 4 জাগা জননীৰ সন্তান Short Question Answer

1/ কবিয়ে কাক জাগি উঠিবলৈ কৈছে ?

উত্তৰঃ কবিয়ে জননীৰ সন্তানক জাগি উঠিবলৈ কৈছে।

2/ দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে ?

উত্তৰঃ দুৰ্জ্জয় অভিযান বুলি দেশৰ অপকাৰ কৰা বুজাইছে।

3/ দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ?

উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকিবলৈ কৈছে।

4/ জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

উত্তৰঃ জননীৰ সন্তানক কৰ্মহীনতাই দুৰ্বল কৰাৰ কথা কৈছে।

5/ কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে ?

উত্তৰঃ স্বদেশপ্ৰেমী জোৱান সকল জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।

6/ আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে ?

উত্তৰঃ আপোন পাহৰা বীৰক নৱ-জোৱান বুলি আখ্য়া দিছে।

7/ জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন ?

উত্তৰঃ জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি হল- জ্য়োতিপ্ৰসাদ আগৰৱালা।

8/ কবিয়ে কাক গছকি জয়জিনিব দিছে ?

উত্তৰঃ কবিয়ে মৃত্য়ুক গছকি জয় জিনিব দিছে।

9/ জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ১৯০৩ চনত জন্ম হৈছিল।

10/ ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল ?

উত্তৰঃ ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে ১৪ বছৰ বয়সত ৰচনা কৰিছিল।

Type By-Subhas Nath