Class 8 Assamese Book Chapter 5 ভক্ত প্ৰহ্লাদ Short Question Answer

1/ প্ৰহ্লাডৰ পিতৃৰ নাম কি?

উত্তৰঃ প্ৰহ্লাডৰ পিতৃৰ নাম হিৰণ্যকশিপুৰ।

2/ নাটিকাখনি কেইটা দৃশ্যত বিভক্ত ?

উত্তৰঃ নাটিকাখনি ৫টা দৃশ্যত বিভক্ত।

3/ হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল ?

উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।

4/ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল ?

উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল।

5/ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল ?

উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে ভগৱান বিষ্ণুক কৈছে।

6/ স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি ?

উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হল- নৰসিংহ।

7/ অসুৰৰ শাস্ত্ৰশনৰ নাম কি ?

উত্তৰঃ অসুৰৰ শাস্ত্ৰশনৰ নাম হল-বামানয়।

8/ কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল ?

উত্তৰঃ জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল।

9/ ষণ্ডামৰ্কৰ পিতৃৰ নাম কি ?

উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্য়গুৰু শুক্ৰাচাৰ্য।

10/ বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ?

উত্তৰঃ বিষ্ণৱে প্ৰধানকৈ ১০ টা অৱতাৰ ধাৰণ কৰিছিল।

11/ বামানয় শাস্ত্ৰ কি ?

উত্তৰঃ বামানয় শাস্ত্ৰ হল বেদ-বিৰুদ্ধে।

12/ ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব পাৰিলেনে ?

উত্তৰঃ ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব নোৱাৰিলে।

13/ ত্ৰিভুৱন মানে কি ?

উত্তৰঃ ত্ৰিভুৱন মানে তিনি ভুৱনৰ সমাহাৰ।

14/ চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায় কোনে কাক কৈছিল ?

উত্তৰঃ ষণ্ডামৰ্কই প্ৰহ্লাদক কৈছে।

15/ দৈত্য় বংশৰ লোকে চিৰ বৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটোও এক কি ?

উত্তৰঃ দৈত্য় বংশৰ লোকে চিৰ বৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটোও এক অপৰাধ।

16/ সত্য়ক স্বীকাৰ কৰা কাৰ্য কেতিয়াও কি হব নোৱাৰে ?

উত্তৰঃ সত্য়ক স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হব নোৱাৰে।

17/ প্ৰহ্লাদে বামানয় শাস্ত্ৰ অধ্য়য়ন কৰিছিল নে নাই ?

উত্তৰঃ প্ৰহ্লাদে বামানয় শাস্ত্ৰ অধ্য়য়ন কৰা নাই।

18/ তথাপি মহাৰাজ, অতি গৰ্বও বিনাশৰ কাৰক হ’ব পাৰে কোনে কাক কৈছিল ?

উত্তৰঃ মহাৰাণীয়ে মহাৰাজক কৈছিল।

19/ হিৰণ্য়কশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল ?

উত্তৰঃ হিৰণ্য়কশিপুৰ ভ্ৰাতৃৰ নাম আছিল হিৰণ্য়াক্ষ।

20/ কোনে কাক ভস্ম কৰে, ষণ্ডামৰ্ক কোনে সুধিছিল ?

উত্তৰঃ হিৰণ্য়কশিপুৱে সুধিছিল।

Type By- Subhas Nath