Class 8 Assamese Chapter 10 MCQs । পৰীক্ষিতৰ ব্ৰক্ষশাপ ।

পৰীক্ষিতৰ ব্ৰক্ষশাপ

Chapter 10

১। পাঠটো কৰ পৰা লোৱা হৈছিল ?

(ক) ভাগবতৰ পৰা

(খ) ভট্টদেৱৰ কথা ভাগৱতৰ পৰা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (খ) ভট্টদেৱৰ কথা ভাগৱতৰ পৰা

২। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?

(ক) বৈকুণ্ঠ নাথ

(খ) বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য

(গ) ওপৰৰ দুয়োটাই নহয়

উত্তৰঃ- (খ) বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য

৩। ভট্টদেৱৰ জন্ম ক’ত হৈছিল?

(ক) কামৰূপত

(খ) নগাঁও ত

(গ) শিৱসাগৰত

উত্তৰঃ- (ক) কামৰূপত

৪। ভট্টদেৱ কিমান চনত জন্ম হৈছিল ?

(ক) ১৬৩৮

(খ) ২০০১

(গ) ১৫৫৮

উত্তৰঃ- (গ) ১৫৫৮

৫। ভট্টদেৱৰ পিতাকৰ নাম কি আছিল ?

(ক) শীলভদ্ৰ

(খ) শ্ৰীচন্দ্ৰ ভাৰতী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) শ্ৰীচন্দ্ৰ ভাৰতী

৬। পিতৃৰ নিৰ্দেশ মতে ভট্টদেৱে কাক ওচৰত শৰণ লৈছিল ?

(ক) দামোদৰদেৱৰ ওচৰত

(খ) শ্ৰী শ্ৰী শংকৰদেৱৰ ওচৰত

(গ) শ্ৰী মাধবদেৱৰ ওচৰত

উত্তৰঃ- (ক) দামোদৰদেৱৰ ওচৰত

৭। সকলো শাস্ত্ৰত ভট্টদেৱৰ গভীৰ কি——– আছিল ?

(ক) বুধি

(খ) সাহস

(গ) ব্যুৎপত্তি

উত্তৰঃ- (গ) ব্যুৎপত্তি

৮। ভট্টদেৱক কি উপাধিৰে বিভূষিত কৰা হৈছিল ?

(ক) কবিৰত্ন

(খ) ভট্টাচাৰ্য

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুয়োটাই হয়

৯। ভট্টদেৱৰ আগতে কোনো কি ভাষাত গদ্যত পুথি ৰচিত হোৱা নাছিল ?

(ক) আৰ্যমূলীয়া ভাৰতীয়

(খ) ভাৰতীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) আৰ্যমূলীয়া ভাৰতীয়

১০। ভট্টদেৱৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৫৫৮

(খ) ১৬৩৮

(গ) ২০১১

উত্তৰঃ- (খ) ১৬৩৮

১১। মুনিয়ে চকু মুদি কি কৰি আছিল ?

(ক) জ্ঞান

(খ) ধ্যান

(গ) চকু মুদি বহি আছিল

উত্তৰঃ- (খ) ধ্যান

১২। মুনিজনৰ নাম কি ?

(ক) শমীক মুনি

(খ) শৃংগী মুশৃংগীয়েনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) শমীক মুনি

১৩। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল ?

(ক) শৃংগীয়ে

(খ) পৰীক্ষিত ৰজাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- পৰীক্ষিত ৰজাই

১৪। ৰজা পৰীক্ষিত কি কৰিবলৈ বনলৈ গৈছিল ?

(ক) ফুৰিবলৈ

(খ) পানী খাবলৈ

(গ) চিকাৰ কৰিবলৈ

উত্তৰঃ- (গ) চিকাৰ কৰিবলৈ

১৫। ৰজাৰ কথা কাৰ কাণত নপৰিল ?

(ক) পৰীক্ষিতৰ

(খ) শমীক মুনিৰ

(গ) শৃংগীৰ

উত্তৰঃ- (খ) শমীক মুনিৰ

১৬। মৰা সাপ ডাল কাৰ ডিঙিত মেৰিয়াই দিলে ?

(ক) শমীক মুনিৰ

(খ) শৃংগী মুনিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (ক) শমীক মুনিৰ

১৭। ৰজাক কি নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিলে?

(ক) অজগৰ সাপে

(খ) তক্ষক সাপে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) তক্ষক সাপে

১৮। কি ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে উপলব্ধি কৰে ?

(ক) ভাল ব্যক্তিয়ে

(খ) বেয়া ব্যক্তিয়ে

(গ) মহৎ ব্যক্তিয়ে

উত্তৰঃ- (গ) মহৎ ব্যক্তিয়ে

১৯ শান্ত শব্দৰ বিপৰীত অৰ্থ কি ?

(ক) উচ্চ

(খ) নিচ্চ

(গ) অশান্ত

উত্তৰঃ- (গ) অশান্ত

২০। প্ৰশংসা শব্দৰ অৰ্থ কি ?

(ক) নিন্দা

(খ) অন্যায়

(গ) ন্যায়

উত্তৰঃ- (ক) নিন্দা