Class 8 Assamese Chapter 12 MCQs । সুখ ।

সুখ

Chapter 12

১. সুখ বিচাৰোঁতে সংসাৰত কি পোৱা যায়?

(ক) দুখ

(খ) সুখ

(গ) মৰম

উত্তৰঃ- (ক) দুখ

২. সুখ ক’ত থাকে?

(ক) হাতত

(খ) পকেটত

(গ) ঘৰত

উত্তৰঃ- (ক) হাতত

৩. সুখ পাছে পাছে ফুৰিবলৈ হ’লে কি কৰিব লাগিব ?

(ক) স্বাৰ্থ বলিদান দিব লাগিব

(খ) মানুহক ঘৃণা কৰিব লাগিব

(গ) মানুহক লগত অহংকাৰ কৰিব লাগিব

উত্তৰঃ- (ক) স্বাৰ্থ বলিদান দিব লাগিব

৪. কবিতাটোৰ কবি গৰাকী নাম কি?

(ক) শ্ৰীমন্ত শংকৰদেব

(খ) আনন্দচন্দ্ৰ আগৰৱালা

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ- (খ) আনন্দচন্দ্ৰ আগৰৱালা

৫. আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৭৪ চনত

(খ) ১৯৭৪

(গ) ২০০২

উত্তৰঃ- (ক) ১৮৭৪ চনত

৬. আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৯৩৯

(খ) ২০০০

(গ) ১৫৯০

উত্তৰঃ- (ক) ১৯৩৯

৭. আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি?

(ক) কাশীৰাম আগৰৱালা

(খ) হেমন্ত আগৰৱালা

(গ) কাশীৰাম বৰদলৈ

উত্তৰঃ- (ক) কাশীৰাম আগৰৱালা

৮. আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি?

(ক) ৰাধিকা আগৰৱালা

(খ) বীণা হাজৰিকা

(গ) এটাও নহয়

উত্তৰঃ- (ক) ৰাধিকা আগৰৱালা

৯. জোনাকী কাকতত কোনে কবিতা লিখিছিল?

(ক) আনন্দচন্দ্ৰ আগৰৱালা

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ- (ক) আনন্দচন্দ্ৰ আগৰৱালা

১০. আনন্দচন্দ্ৰ আগৰৱালাই কিয় ‘ভাঙনি কোৱৰ’ উপাধি পাইছিল?

(ক) ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

(খ) হিন্দী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

(গ) অসমীয়া কবিতা লেখাৰ বাবে

উত্তৰঃ- (ক) ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

১১. পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই?

(ক) সুখ নাই

(খ) দুখ নাই

(গ) শান্তি নাই

উত্তৰঃ- (খ) দুখ নাই

১২. কাৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়?

(ক) পৰৰ কাৰণে

(খ) নিজৰ কাৰণে

(গ) বন্ধু কাৰণে

উত্তৰঃ- (ক) পৰৰ কাৰণে

১৩. বলিদানৰ শব্দ অৰ্থ কি? 

(ক) স্থিৰ

(খ) ত্য়াগ

(গ) প্ৰকাশ কৰি

উত্তৰঃ- (খ) ত্য়াগ

১৪. বিশ্ৱৰ সকলো কোনে সুখৰ নপৰে ওৰ?

(ক) পিতৃ-মাতৃ

(খ) শিক্ষক-শিক্ষয়ত্ৰী

(গ) ভাই-ভনী

উত্তৰঃ- (গ) ভাই-ভনী

১৫. যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ কিহৰ ফালে ফুৰে?

(ক) আগে আগে

(খ) ওচৰে ওচৰে

(গ) পিছে পিছে

উত্তৰঃ- (গ) পিছে পিছে

১৬. সুখ সুখ বুলি কোন বলিয়া? 

(ক) মানুহ বলিয়া

(খ) জীৱ-জন্তু বলিয়া

(গ) পশু-পক্ষী বলিয়া

উত্তৰঃ- (ক) মানুহ বলিয়া

১৭. আনন্দচন্দ্ৰ আগৰৱালা এজন কি আছিল?

(ক) লেখক

(খ) গ্ৰল্পকাৰ

(গ) কবি

উত্তৰঃ- (গ) কবি

১৮. পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই ওৰেটো জীৱন কি সন্ধান কৰে?

(ক) সুখৰ

(খ) দুখৰ

(গ) মৰমৰ

উত্তৰঃ- (ক) সুখৰ

১৯. আনন্দচন্দ্ৰ আগৰৱালা কিমান মাহৰ কিমান তাৰিখে জন্ম হৈছিল? 

(ক) ৫ জানুৱাৰিত

(খ) ৫ জুলাই

(গ) ৫ ছেপ্টেম্ৱৰত

উত্তৰঃ- (গ) ৫ ছেপ্টেম্ৱৰত

২০. নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি আৰু কি ফুলে?

(ক) বকুল ফুলে

(খ) সুগন্ধি কুসুম ফুলে

(গ) পদুম ফুলে

উত্তৰঃ- (খ) সুগন্ধি কুসুম ফুলে