Class 8 Assamese Chapter 4 MCQs । জাগা জননীৰ সন্তান ।

জাগা জননীৰ সন্তান

Chapter 4

১. কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

(ক) জননীৰ সন্তান

(খ) মৃত্যুক

(গ) জয়জিনি

উত্তৰঃ- (ক) জননীৰ সন্তান

২. দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

(ক) দেশক হিংসা কৰা

(খ) দেশৰ অপকাৰ কৰা

(গ) দেশৰ গৌৰৱ

উত্তৰঃ- (গ) দেশৰ গৌৰৱ

৩. দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?

(ক) মৃত্যুক কোছত লবলৈ কৈছে

(খ) মৃত্যুক গছকিবলৈ কৈছে

(গ) মৃত্যুৰ কাসেৰেদি যাবলৈ কৈছে

উত্তৰঃ- (খ) মৃত্যুক গছকিবলৈ কৈছে

৪. জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

(ক) এলেহুৱা

(খ) কৰ্মপুৰুষতা

(গ) কৰ্মহীনতা

উত্তৰঃ- (গ) কৰ্মহীনতা

৫. কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

(ক) স্বদেশপ্ৰেমী জোৱান সকল

(খ) স্বদেশবিৰোধী জোৱান সকল

(গ) স্বদেশক ঘৃণা কৰা জোৱান সকল

উত্তৰঃ- (ক) স্বদেশপ্ৰেমী জোৱান সকল

৬. আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?

(ক) নৱ-জোৱান

(খ) দুৰ্ম্মদ বীৰ নৱ-জোৱান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (ক) নৱ-জোৱান

৭. মৃত্যুৰ বিপৰীত শব্দ হ’ল?

(ক) মৰা

(খ) মৃত্যদণ্ড

(গ) জন্ম

উত্তৰঃ- (গ) জন্ম

৮. জয় বিপৰীত শব্দ হ’ল?

(ক) পৰাজয়

(খ) জয় লাভ কৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (ক) পৰাজয়

৯. কাপুৰুষ বিপৰীত শব্দ হ’ল ?

(ক) শক্তি নথকা

(খ) বীৰ

(গ) অলপ শক্তি থকা

উত্তৰঃ- (খ) বীৰ

১০. শত্ৰু বিপৰীত শব্দ হ’ল?

(ক) বন্ধু

(খ) শত্ৰু

(গ) মিত্ৰ

উত্তৰঃ– (গ) মিত্ৰ

১১. দুৰ্বল বিপৰীত শব্দ হ’ল?

(ক) সৰল

(খ) সবল

(গ) শক্তি নথকা

উত্তৰঃ- (খ) সবল

১২. জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) যতীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰঃ- (ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

১৩. কবিয়ে কাক গছকি জয়জিনিব দিছে?

(ক) মৃত্য়ুক গছকি

(খ) নৱ-জোৱানক গছকি

(গ) বিবাহক গছকি

উত্তৰঃ- (ক) মৃত্য়ুক গছকি

১৪. সন্ধি ভাঙা নীলাচল?

(ক) নীল + আচল

(খ) নল + ইচল

(গ) নীল + অচল

উত্তৰঃ- (গ) নীল + অচল

১৫. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৯০২ চনত

(গ) ১৯০৩ চনত

উত্তৰঃ- (গ) ১৯০৩ চনত

১৬. দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে কি বোলে?

(ক) ক্ৰিয়া বোলে

(খ) পদ বোলে

(গ) সন্ধি বোলে

উত্তৰঃ- (গ) সন্ধি বোলে

১৭. ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল?

(ক) ১৩ বছৰ

(খ) ১৪ বছৰ

(গ) ১৫ বছৰ

উত্তৰঃ- (খ) ১৪ বছৰ

১৮. এটা শব্দত প্ৰকাশ কৰা- যাৰ শক্তি আছে?

(ক) দুসাহসী

(খ) সাহসী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ- (খ) সাহসী

১৯. মৃত্য়ু সমাৰ্থ শব্দ কি?

(ক) বেলি

(খ) মৰণ

(গ) জল

উত্তৰঃ- (খ) মৰণ

২০. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৫০ চনত

(খ) ১৯৫১ চনত

(গ) ১৯৫২ চনত

উত্তৰঃ- (খ) ১৯৫১ চনত