Class 8 Assamese Chapter 5 MCQs । ভক্ত পহ্লাদ ।

ভক্ত পহ্লাদ

Chapter 5

১. নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

(ক) ৪টা

(খ) ৫টা

(গ) ৬টা

উত্তৰঃ- (খ) ৫টা

২. প্ৰহ্লাডৰ পিতৃৰ নাম কি?

(ক) হিৰণ্যকশিপুৰ

(খ) ষণ্ডামৰ্ক

(গ) চন্তৰীদ্বয়

উত্তৰঃ- (ক) হিৰণ্যকশিপুৰ

৩. হিৰণ্যশিপুৰ ভাতৃৰ নাম কি?

(ক) ষণ্ডামৰ্ক

(খ) পহ্লাদ

(গ) হিৰণাক্ষ্য

উত্তৰঃ- (গ) হিৰণাক্ষ্য

৪. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

(ক) ভক্তি কৰছিল কিন্তু কম কৰিছিল

(খ) অকনো ভক্তি নাছিল

(গ) একান্ত ভক্তি আছিল

উত্তৰঃ- (গ) একান্ত ভক্তি আছিল

৫. প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

(ক) শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল

(খ) শুক্ৰচাৰ্য এজন পুত্ৰক পঠিয়াইছিল

(গ) পঠোয়াই নাছিল

উত্তৰঃ- (ক) শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল

৬. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?

(ক) ভগৱান বিষ্ণুক কৈছে

(খ) হিৰণ্যশিপুৰক কৈছে

(গ) ভগৱান শিৱক কৈছে

উত্তৰঃ- (ক) ভগৱান বিষ্ণুক কৈছে

৭. স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?

(ক) মানুহ

(খ)নৰসিংহ

(গ) সিংহ

উত্তৰঃ- (খ)নৰসিংহ

৮. অসুৰৰ শাস্ত্ৰশনৰ নাম কি?

(ক) ভক্তি

(খ) বামানয়

(গ) অসুৰ

উত্তৰঃ- (খ) বামানয়

৯. যাৰ সাহস আছে এটা শব্দত প্ৰকাশ কৰা

(ক) সাহসী

(খ) দুৰ্বল

(গ) ভয়াতুৰ

উত্তৰঃ- (ক) সাহসী

১০. যি ঈশ্বৰক বিশ্বাস কৰে এটা শব্দত প্ৰকাশ কৰা

(ক) আস্তিক

(খ) পৰবিস্বাসী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (ক) আস্তিক

১১. যি বিষ্ণুক উপাখনা কৰে?

(ক) মিছঁলিয়া

(খ) ভক্ত

(গ) বৈষ্ণৱ

উত্তৰঃ- (গ) বৈষ্ণৱ

১২. একে মাকৰ সন্তান

(ক) সহোদৰ

(খ) দুটা সন্তান

(গ) কহুদি

উত্তৰঃ- (ক) সহোদৰ

১৩. যি সঁচা কথা কয়

(ক) মিছলীয়া

(খ) সত্যবাদী

(গ) অস্তিক

উত্তৰঃ- (খ) সত্যবাদী

১৪. যাক দেখা নাযায়

(ক) লুকাই থকা

(খ) দেখা নোপোৱা

(গ) অদৃশ্য

উত্তৰঃ- (গ) অদৃশ্য

১৫. কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল?

(ক) মহাৰাণীয়ে প্ৰহ্লাদক কৈছিল

(খ) ষণ্ডামৰ্কয়ে হৰিক কৈছিল

(গ) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল

উত্তৰঃ- (গ) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল

১৬. ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?

(ক) হিৰণ্য়কশিপু

(খ) দৈত্য়গুৰু শুক্ৰাচাৰ্য

(গ) বিষ্ণু

উত্তৰঃ- (খ) দৈত্য়গুৰু শুক্ৰাচাৰ্য

১৭. বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?

(ক) ৭টা

(খ) ৯টা

(গ) ১০টা

উত্তৰঃ- (গ) ১০টা

১৮. বামানয় শাস্ত্ৰ কি?

(ক) বেদ-বিৰুদ্ধে

(খ) মানুহৰ-বিৰুদ্ধে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (ক) বেদ-বিৰুদ্ধে

১৯. ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব পাৰিলেনে?

(ক) পাৰিলে

(খ) নোৱাৰিলে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (খ) নোৱাৰিলে

২০. ত্ৰিভুৱন মানে কি?

(ক) তিনিটা মানুহৰ নাম

(খ) তিনি ভুৱনৰ সমাহাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ- (খ) তিনি ভুৱনৰ সমাহাৰ