Class 8 Assamese Chapter 7 MCQs । বস্তু বিজ্ঞান অধ্যয়ন ।

বস্তু বিজ্ঞান অধ্যয়ন

Chapter 6

১। বিজ্ঞান শাস্ত কিহৰ ভঁৰাল?

(ক) জ্ঞানৰ

(খ) অজ্ঞান

(গ) সাহিত্য

উত্তৰঃ- (ক) জ্ঞানৰ

২। জ্ঞানৰ বলত মানুহে কি কাম কৰিব পাৰে ?

(ক) চৰ্চা

(খ) অদ্ভুত

(গ) কথিন

উত্তৰঃ- (খ) অদ্ভুত

৩। বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক কোন ?

(ক) কিৰণ বেদী

(খ) সৰোজিনী নাইডু

(গ) সত্যনাথ বৰা

উত্তৰঃ- (গ) সত্যনাথ বৰা

৪। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল ?

(ক) ১৯২৫

(খ) ২০১২

(গ) ১৮৬০

উত্তৰঃ- (গ) ১৮৬০

৫। কিছুদিন তেখেতে কত অধ্যাপনা কৰিছিল?  

(ক) কটন কলেজত

(খ) হাই স্কুলত

(গ) ওপৰৰ দুটা হয়

উত্তৰঃ- (ক) কটন কলেজত

৬। তেখেতৰ দুখন গ্ৰন্থৰ নাম?

(ক) সাহিত্য বিচাৰ

(খ) আকাশ ৰহস্য

(গ) ওপৰৰ দুটা হয়

উত্তৰঃ- (গ) ওপৰৰ দুটা হয়

৭। সৰুতেই তেখেতে কাক হেৰুৱাই ?

(ক) খুৰাকক

(খ) পিতৃ-মাতৃক

(গ) আইতাকক

উত্তৰঃ- (খ) পিতৃ-মাতৃক

৮। তেখেতে কাৰ তত্ত্বাৱধানত শিক্ষা লাভ  কৰে?

(ক) খুৰাকৰ তত্বাৱধানত

(খ) আইতাকৰ লগত

(গ) ককাকৰ লগত

উত্তৰঃ- (ক) খুৰাকৰ তত্বাৱধানত

৯। বিজ্ঞান শাস্ত শিক্ষা কৰিলে কি ঘটনাৰ কাৰণ জনা যায়?

(ক) ঢোলত কোব মাৰিলে শব্দ উঠে

(খ) হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়

(গ) ওপৰৰ দুটাই হয়

উত্তৰঃ- (গ) ওপৰৰ দুটাই হয়

১০। আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল কিহৰ ফল?

(ক) বিজ্ঞান-চৰ্চাৰ ফল

(খ) কু-সংস্কাৰৰ ফল

(গ) শিক্ষাৰ ফল

উত্তৰঃ- (ক) বিজ্ঞান-চৰ্চাৰ ফল

১১। বহুত চহা মানুহে ধনগুলৈক কিহৰ  মায়া বুলি  ভাবে?

(ক) ভুত-প্ৰেতৰ মায়া

(খ) হাতৰ মায়া

(গ) বিজ্ঞানৰ মায়া

উত্তৰঃ- (ক) ভুত-প্ৰেতৰ মায়া

১২। হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?

(ক) চুনামি আহে

(খ) ভূমিকম্প আহে

(গ) একো নহয়

উত্তৰঃ- (খ) ভূমিকম্প আহে

১৩। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ কি জনা যায়?

(ক) ৰহস্য

(খ) মূল তত্ব

(গ) এটাও নহয়

উত্তৰঃ- (খ) মূল তত্ব

১৪। প্ৰেত শব্দৰ অৰ্থ কি?

(ক) ভূত

(খ) পিশাচ

(গ) দুটাই হয়

উত্তৰঃ- (গ) দুটাই হয়

১৫। দুষ্কৰ শব্দৰ অৰ্থ কি?

(ক) দুসাধ্য

(খ) ভূত

(গ) বননি

উত্তৰঃ- (ক) দুসাধ্য

১৬। হাবিয়নি শব্দৰ অৰ্থ কি?

(ক) জংঘল

(খ) প্ৰভেদ

(গ) ৰহস্য

উত্তৰঃ- (ক) জংঘল

১৭। পৰিমিত শব্দৰ অৰ্থ কি?

(ক) জোখৰ

(খ) জাবৰ

(গ) জ্ঞাত

উত্তৰঃ- (ক) জোখৰ

১৮। ধনগুলৈ শব্দৰ অৰ্থ কি?

(ক) জেখৰ

(খ) জাবৰ

(গ) জঞাত

উত্তৰঃ- (খ) জাবৰ

১৯। চহা শব্দৰ অৰ্থ কি?

(ক) গাঁৱত থকা লোক

(খ) চহৰত থকা লোক

(গ) বনত থকা লোক

উত্তৰঃ- (ক) গাঁৱত থকা লোক

২০। উদ্গতি পথত কিহে বাধা দিয়ে?

(ক) বিজ্ঞান চৰ্চা

(খ) কু-সংস্কাৰ

(গ) সাহিত্য

উত্তৰঃ- (খ) কু-সংস্কাৰ