Class 8 Maths Solution Lesson 5 AJB অধ্য়ায়-5 | অনুশীলনী 5 | Chapter 5 | Class 8 Maths AJB School Question Answer | Lesson 5 Class 8 Maths AJB School Question Answer and Solutions For Assam

চতুৰ্ভুজ অংকন 

অনুশীলনী – 5

1. এটা চতুৰ্ভজ ABCD অংকন কৰা যাতে AB = 5.2 ছেমি., BC = 6.3 ছেমি ., CD = 5.4 ছেমি., AD = 5.8 ছেমি. আৰু কৰ্ণ BD = 7.1 ছেমি.।

Ans:

2. এটা চতুৰ্ভুজ ABCD অংকন কৰা যাতে AB = 5 ছেমি., BC =   4.8ছেমি., AD = 4.1 ছেমি., কৰ্ণ AC = 6.3 ছেমি. আৰু কৰ্ণ BD = 5.8 ছেমি .।

Ans:

3. ABCD চতুৰ্ভুজৰ AB = 4.7 ছেমি., BC = 5ছেমি., AD = 6 ছেমি., <B = 75আৰু <A = 1200। চতুৰ্ভজটো অংকন কৰা।

Ans:

4. EFGH চতুৰ্ভজৰ EF = 5ছেমি., FG = 4.5 ছেমি., <E = 600, <F = 120আৰু  <G =  900। চতুৰ্ভুজটো অংকন কৰা।

Ans:

5. PQRS চতুৰ্ভুজৰ PQ = 6.3 ছেমি., QR = 4.9 ছেমি., RS = 5.5 ছেমি        PS = 6 ছেমি. আৰু <Q = 75। চতুৰ্ভুজটো অংকন কৰা।

Ans:

6. এটা সামান্তৰিকৰ দুটা ওচৰা-উচৰি বাহুৰ মাপ 7.5 ছেমি. আৰু 6 ছেমি.। সামান্তৰিকটোৰ এটা কোণৰ মাপ 800 হ’লে সামান্তৰিকটো অংকন কৰা।

Ans:

7. এটা সামান্তৰিকৰ কৰ্ণ দুডালৰ মাপ 5.4 ছেমি. আৰু 6.5. ছোমি আৰু ইয়াৰ এটা বাহুৰ মাপ 5.8 ছেমি।সামান্তৰিকটো অংকন কৰা।

Ans:

8. এটা আয়ত অংকন কৰা যাৰ দীঘ আৰু প্ৰস্থ ক্ৰমে 8.2 ছেমি. আৰু 5.6 ছেমি.।

Ans:

9.  এটা বৰ্গ ABCD অংকন কৰা যাতে AB = 6.4 ছেমি.।

Ans:

10. এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দীঘ 5.7 ছেমি. আৰু 8 ছেমি.। ৰম্বাছটো অংকন কৰা।

Ans:

11. এটা সামান্তৰিকৰ কৰ্ণ দুডালৰ মাপ 6 ছেমি. আৰু 4.8. আৰু কৰ্ণ দুডালৰ মাজৰ এটা কোণৰ মাপ 65। সামান্তৰিকটো অংকন কৰা ।

Ans:

12. RHMB ৰম্বাথটো অংকম কৰা যাতে HM = 5 ছেমি. আৰু <M = 700

Ans:

13. ABCD আয়তো অংকন কৰা যাতে BC = 4 ছেমি. আৰু কৰ্ণ AC = 6 ছেমি.।

Ans:

14. এটা ৰম্বাছৰ অংকন কৰা যাৰ বাহুৰ দীঘ 5.2 ছেমি. আৰু এডাল কৰ্ণৰ দীঘ 7.3 ছেমি.।

Ans:

Type- Rajashree Bora