Class 8 Maths Solution Lesson 6 (B) AJB অধ্য়ায়-6 | অনুশীলনী 6 (B) | Chapter 6 | Class 8 Maths AJB School Question Answer | Lesson 6 Class 8 Maths AJB School Question Answer and Solutions For Assam

 অধ্য়ায় – 6

অনুশীলনী – 6 (B)

1. আব্দুলে কোনো এটা দিনত মুঠ 24 

ঘণ্টা সময় কি কি কামতখৰচ কৰিলে 

কাষৰ পাইচিত্ৰটোত দেখুওৱা হৈছে।             

পাইচিত্ৰটোৰ পৰা তলৰ প্ৰশ্নকেইটাৰ             

উত্তৰ উলিওৱা।

    i) কোনটো কামত আটাইতকৈ বেছি 

সময় খৰচ কৰিলে?

  ii) আব্দুলে সেইদিনা মুঠতে কিমান 

ঘণ্টা শুলে?

 iii) খেলাত কিমান সময় খৰচ কৰিলে?

 iv) আবিদুলে সেইদিনা কিমান ঘণ্টা 

পঢ়িলে?

2. এখন বিদ্য়ালয় 720 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্য়ালয়লৈ কিদৰে াহে তাৰ তথ্য় তলত দিয়া ধৰণৰ —

বিদ্য়ালয়লৈ অহাৰ ব্য়ৱস্থা  ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া
   স্কুল বাছ          340
   ব্য়ক্তিগত বাহন          150
      ৰিক্সা          120
      চাইকেল            65
     খোজ কাঢ়ি            45

                            মুঠ = 720

তথ্য়খিনি পাইচিত্ৰৰ সহায়ত প্ৰকাশ কৰা।

3. বিকাশ বৰুৱাই কোনো এটা মাহত তেওঁৰ মাহিলি দৰমহাৰ 20% ঘৰভাড়াত, 30% খোৱা-বোৱাত, 15% যাতায়াতত,  25% ল’ৰা-ছোৱালী পঢ়া-শুনাত আৰু 10% অন্য়ান্য় কামত কৰচ কৰে। বৰুৱাৰ সেই মাহটোৰ খৰচৰ পাইচিত্ৰ  অংকন কৰা।

4. এটা পৰীক্ষাত এখন বিদ্য়ালয়ৰ ফলাফল এনে ধৰণৰ —

   ফলাফল  শতকৰা হাৰ
  প্ৰথম বিভাগ     25%
 দ্বিতীয় বিভাগ     45%
 তৃতীয় বিভাগ     20%
 অনুত্তীৰ্ণ     10%

 তথ্য়খিনি পাইচিত্ৰৰ সহায়ত প্ৰকাশ কৰা।

5. এটা বিদ্য়ালয়ত বিভিন্ন বিষয় পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া এনে ধৰণৰ—

 বিষয়পদাৰ্থবিজ্ঞানৰসায়নবিজ্ঞানগণিতজীৱবিজ্ঞানঅৰ্থনীতিপৰিসংখ্য়া
ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া       45       30   60       20     10     15

 তথ্য়খিনিৰ এটা পাইচিত্ৰ অংকন কৰা।

Type – Rajashree Bora