Florence Nightingale |Chapter 4 | Class 6 English Lesson 4 Question And Answer Jatiya Bidyalay | Class 6 English Chapter 4 Solution AJB |

Chapter 4

Florence Nightingale

ফ্ল’ৰেন্স নাইটিংগেল

Answer the following questions in complete sentences:

প্ৰশ্ন সমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া:

a) When was Florence Nightingale born?

ফ্লৰেঞ্চ নাইটিংগেল ৰ জন্ম কেতিয়া হৈছিল?

Ans:

b) Where was Florence born?

ফ্লৰেঞ্চ ৰ জন্ম ক’ত হৈছিল?

Ans:

c) What was the name of her sister?

তেওঁৰ ভৈনীয়েক ৰ নাম কি আছিল?

Ans:

d) What were the subjects that Florence and her sister were taught?

ফ্লৰেঞ্চ আৰু তাইৰ ভৈনীয়েকক কি কি বিষয় শিকোৱা হৈছিল?

Ans: ।

e) When did the Crimean War break out?

ক্রিমিন যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

Ans:

f) Who is called ‘The lady with the lamp”?

“The lady with the lamp” বুলি কাক কোৱা হৈছিল?

Ans:

g) When and where did Florence die?

ক’ত আৰু কেতিয়া ফ্লৰেঞ্চ ৰ মৃত্যু হৈছিল?

Ans:

  1. How was the condition of the wounded British soldiers?

আহঁত ব্ৰিটিছ সেনা সকলৰ অৱস্থা কেনে আছিল?

Ans:

  1. How did Florence help the soldiers?

ফ্লৰেঞ্চ এ সেনা সকলৰ কি দৰে সহায় কৰিলে?

Ans:

  1. Write whether the following statements are true or false:

ভুল নে শুদ্ধ লিখা:

a) Florence’s father was a poor man.

( ফ্লৰেঞ্চ ৰ দেউতাক এজন দুখীয়া মানুহ আছিল।)

Ans:

b) Florence went to Germany to undergo training and become a nurse in 1853.

ফ্লৰেঞ্চ জাৰ্মানী লৈ প্ৰশিক্ষণ লবলৈ গৈছিল আৰু ১৮৫৩ চনত এগৰাকী নাৰ্চ হ’ল।

Ans:

c) Florence often visited the soldiers at night when they were asleep.

ফ্লৰেঞ্চ প্ৰায়েই নিশা সেনা সকল শুই থকা অৱস্থাত তেওঁলোকৰ ওচৰলৈ গৈছিল।

Ans:

d) Many of the British soldiers died of infection and diseases.

বহু ব্ৰিটিছ সেনাৰ সংক্ৰমণ আৰু ৰোগৰ ফলত মৃত্যু হৈছিল।

Ans:

e) Florence Nightingale died at the age of 80.

ফ্লৰেঞ্চ নাইতিংগেল ৰ ৮০ বছৰ বয়সত মৃত্যু হৈছিল।

Ans:

Grammar and Usage: ( ব্যাকৰণ আৰু ব্যৱহাৰ: )

A. a, an, the are called Articles. ( (a, an, the) ক Article বুলি কোৱা হয়।)

A and An are called Indefinite Articles because they do not point out any particular person or thing.

A আৰু An ক Indefinite Articles বুলি কোৱা হয় কাৰণ সিঁহতে কোনো নিৰ্দিষ্ট বস্তু বা ব্যক্তিৰ কথা নকয়।

Example: ( উদাহৰণ:)

A book (any book) ( এখন কিতাপ (যিকোনো কিতাপ))

An apple (any apple) ( এটা আপেল (যিকোনো আপেল) )

‘A’ is used before ( ‘A’ ৰ ব্যৱহাৰ কিহৰ আগত কৰা হয়)

i) a consonant

Consonant ৰ আগত

Examples : ( উদাহৰণ 🙂

He is a boy ( সি এটা ল’ৰা )

That is a cow. ( সেইটো এটা গৰু।)

In the above sentences the starting sounds of the words “boy” and “cow” are consonant sounds. So we have used “a” before these two words.

ওপৰৰ বাক্য টোৰ “boy” আৰু “cow” এই শব্দ দুটাৰ প্ৰথম আখৰ কেইটা consonant sound ত আছে। সেইবাবে আমি এই শব্দ দুটাৰ আগত “a” ব্যৱহাৰ কৰিছোঁ।

ii) vowels having the sound ‘yu’ ( Vowel যিবোৰৰ “ইউ” দৰে সুৰ আছে )

Examples: ( উদাহৰণ:)

The cow is a useful animal. ( গৰু এক ইউস্ফুল (উপকাৰী) জীৱ।)

He is a European.

সি এক ইউৰোপিয়ান।

In the above sentences the starting sounds of “Useful” and “European” are “yu”. So we use “a” before these two words.

ওপৰত দিয়া বাক্য কেইটাৰ প্ৰথম শব্দ “useful” আৰু “European” ৰ সুৰ “ইউ” হৈছে। সেইবাবে আমি এই শব্দ দুটাৰ আগত “a” ব্যৱহাৰ কৰিছোঁ।

iii) ‘o’ when it is sounded as ‘wa’ (o’ যেতিয়া ‘ৱা’ দৰে সুৰ ওলাই।)

Examples:

উদাহৰণ:

This is a one-horned rhino. ( এইটো এটা ৱান হৰণ্ড (এশিঙীয়া) গড়।)

That is a one-eyed deer. ( সেইটো এটা ৱান আইড (এটা চকু থকা) হৰিণ।)

In the above sentences the starting sounds of “one” is “wa”. So we have used “a” before the word ‘one’.

ওপৰত দিয়া বাক্য কেইটাৰ শব্দ “one” ৰ সুৰ “ৱা” হৈছে। সেইবাবে আমি এই শব্দ টোৰ আগত “a” ব্যৱহাৰ কৰিছোঁ।

An is used before ( An ব্যৱহাৰ হয়)

i) a vowel ( এটা vowel ৰ আগত)

Examples ( উদাহৰণ:)

That is an umbrella ( সেইটো এটা চাতি।)

This is an apple ( এইটো এটা আপেল।)

In the above sentences the starting sounds of the words “umbrella” and “apple” are vowel sounds. So we have used “an” before these two words.

ওপৰৰ বাক্য টোৰ “umbrella” আৰু “apple” এই শব্দ দুটাৰ প্ৰথম আখৰ কেইটা vowel sound ত আছে। সেইবাবে আমি এই শব্দ দুটাৰ আগত “an” ব্যৱহাৰ কৰিছোঁ।

ii) a single consonant beginning with a vowel sound

এটা consonant যি vowel sound ৰে আৰম্ভ হয়

Examples:

উদাহৰণ:

He is an M.A. in English.

This is an R.C.C. building.

In the above sentences the starting sound of “M.A.” is “am” and the starting sound of “R.C.C.” is “aar”. So we have used “an” before these two words.

ওপৰৰ বাক্য টোৰ “M.A.” শব্দ টোৰ প্ৰথম আখৰ টোৰ sound “এম” হৈছে আৰু “R.C.C.” শব্দ টোৰ প্ৰথম আখৰ টোৰ sound “আৰ” হৈছে। সেইবাবে আমি এই শব্দ দুটাৰ আগত “an” ব্যৱহাৰ কৰিছোঁ।

iii) a word that begins with a silent “h”

এনে শব্দ যি মৌন “h” ৰে আৰম্ভ হয়

Examples: ( উদাহৰণ:)

He is an honest boy. ( সি এজন সৎ ল’ৰা।)

Runi will come back in an hour. ( ৰুনী এঘণ্টাৰ পাছত আহিব।)

In the above sentences, in the words, “honest” and “hour”, the beginning letter “h” is silent. So we have used “an” before ‘honest’ and ‘hour’.

ওপৰত দিয়া বাক্য কেইটাৰ শব্দ কেইটা “honest” আৰু “hour” ৰ আৰম্ভনি ৰ প্ৰথমৰ আখৰ টোৰ “h” টো মৌন। সেইবাবে আমি ‘honest’ আৰু ‘hour’ ৰ আগত “an” ব্যৱহাৰ কৰিছোঁ।

“The” is called the Definite Article because it points to some particular person or thing.

“The” টো Definite Article হয় কাৰণ ই কোনো নিৰ্দিষ্ট ব্যক্তি বা বস্তুৰ কথা কয়।

“The” is used before.

“The” ব্যৱহাৰ হয়

i) singular nouns referring to things of which only one exists

একক বিশেষ্য যি কোনো এটা নিৰ্দিষ্ট বস্তুৰ উপস্থিতি ৰ বিষয়ে উল্লেখ কৰে

Examples: ( উদাহৰণ:)

The Earth is round. (পৃথিৱীখন ঘূৰণীয়া।)

The sky is blue. ( আকাশখন নীলা।)

The sun is a star. ( সূৰ্য্য টো এটা তৰা।)

ii) directions (দিশ )

Examples: ( উদাহৰণ:)

The sun rises in the east. ( সূৰ্য্য পূৱ ফালে উদয় হয়।)

The sun sets in the west. ( সূৰ্য্য পশ্চিম ত মাৰ যায়।)

The Himalayas are in the north of India. ( হিমালয় ভাৰতৰ উত্তৰত আছে।)

Srilanka is to the south of India. ( শ্ৰীলঙ্কা ভাৰতৰ দক্ষিণ দিশত আছে। )

iii) singular common noun meant to represent a whole class.

iii) একবচন সাধাৰণ বিশেষ্য যাৰ অৰ্থ হৈছে এটা গোটেই শ্ৰেণীক প্ৰতিনিধিত্ব কৰা।

Singular common noun ( যিয়ে গোটেই ক্লাছ টোক বুজাই )

Examples: ( উদাহৰণ:)

The cow is a useful animal. (গৰু এক উপকাৰী জীৱ।)

The rose is a beautiful flower. (গোলাপ এপাহ ধুনীয়া ফুল।)

iv) a particular person or thing ( এক নিৰ্দিষ্ট ব্যক্তি বা বস্তু )

Examples:

উদাহৰণ:

I know the boy who stood first in the examination.

মই সেই ল’ৰা জনক চিনি পাওঁ যিয়ে পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

Give me the “Akharar Jakhala” by Navakanta Barua.

মোক নৱকান্ত বৰুৱাৰ “আখৰৰ জখলা” খন দিয়া।

v) a noun denoting nation or race ( এটা বিশেষ্য যিয়ে জাতিৰ ৰ কথা বুজাই)

Examples: ( উদাহৰণ:)

The Assamese are hospitable. ( অসমীয়া সকল অতিথিসেৱাপৰায়ন।)

The English are industrious. ( ইংৰাজ সকল পৰিশ্ৰমী।)

vi) the adjectives in the superlative degree

Superlative degree ৰ বিশেষণ

Examples: ( উদাহৰণ:)

He is the best boy in the class. ( সি ক্লাছ টোৰ ভিতৰত এটা ভাল ল’ৰা।)

She is the most intelligent girl in the class. ( তাই ক্লাছ ৰ সকলোতকৈ বুদ্ধিমান ছোৱালী।)

vii) proper nouns ( বিশেষ্য )

a) names of rivers ( নদীৰ নাম )

Example: ( উদাহৰণ:)

The Brahmaputra is the longest river in Assam. ( ব্ৰহ্মপুত্ৰ হ’ল অসমৰ দীৰ্ঘতম নদী।)

b) names of mountain ranges ( পৰ্বত মালাৰ নাম)

Example: ( উদাহৰণ:)

The Himalayas are on the North of India. ( হিমালয় ভাৰতৰ উত্তৰত অৱস্থিত।)

(But ‘the’ is not used before the name of a single mountain or mountain top.

কিন্তু এটা পৰ্বতৰ নামৰ আগত ‘the’ নবিহে

Example: Nilachal is in Guwahati. ( উদাহৰণ: নীলাচল গুৱাহাটীত আছে।)

Mount Everest is the highest peak in the world. ( মাউণ্ট এভাৰেষ্ট বিশ্বৰ সৰ্বোচ্চ শিখৰ।)

c) name of oceans ( মহাসাগৰ ৰ নাম )

Example: ( উদাহৰণ )

The Pacific Ocean is the largest ocean in the world.

প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ।

d) names of seas ( সমুদ্ৰৰ নাম )

Example: ( উদাহৰণ )

The Arabian Sea is located in the northwestern part of the Indian Ocean.

আৰব সাগৰ ভাৰত মহাসাগৰৰ উত্তৰ-পশ্চিম অঞ্চলত অবস্থিত।

e) names of newspapers ( বাতৰকাকতৰ নাম )

Example: উদাহৰণ:

I read the ‘The Assam Tribune” in the morning.

মই সদায় পোৱা “The Assam Tribune” পঢ়োঁ।

f) names of desert ( মৰুভূমিৰ নাম )

Example:( উদাহৰণ )

The Sahara is the largest desert in the world. ( ছাহাৰা বিশ্বৰ বৃহত্তম মৰুভূমি।)

g) names of groups of island ( দ্বীপ ৰ গ্ৰুপ বোৰৰ নাম)

Example: (উদাহৰণ:)

The Andamans are in the Bay of Bengal. ( আন্দামান বংগোসাগৰত আছে।)

But “the” is not used before the name of a single island.

কিন্তু অকল এখন দ্বীপ ৰ নামৰ আগত “the” ব্যৱহাৰ কৰা নহয়।)

Example: ( উদাহৰণ )

Sumatra is a large island in western Indonesia.

সুমাত্রা পশ্চিম ইন্দোনেশিয়াৰ এটা বিশাল দ্বীপ।

h) names of famous buildings ( বিখ্যাত বিলডিং ৰ নাম )

Example:( উদাহৰণ )

The Tajmahal is in Agra. (তাজমহল আগ্ৰা ত অৱস্থিত।)

i) names of sacred books (পবিত্ৰ কিতাপৰ নাম )

Example: ( উদাহৰণ )

Valmiki wrote the Ramayana. ( বাল্মিকীয়ে ৰামায়ন লিখিছিল।)

j) names of countries which are collectively formed

সম্মিলিতভাবে গঠিত দেশ বোৰৰ নাম

Example: ( উদাহৰণ:)

My uncle went to the U.S.A. last year. ( মোৰ খুৰা যোৱা বছৰ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছিল।)

vii) name of a musical instrument when it is played, otherwise not

যিকোনো বাদ্যযন্ত্ৰৰ নাম, বজাই থকা অৱস্থাত, নহলে নহয়

Example: ( উদাহৰণ )

He is playing the flute. ( সি বাঁহী বজাই আছে।)

Activity 1: (কাৰ্য্যসূচী ১:)

Fill in the blanks with appropriate articles ( Article বহুৱাই খালী ঠাই পূৰণ কৰা:)

1) This is — elephant. (এইটো এটা হাতী।)

  1. He is — honourable man. ( তেওঁ এজন সন্মানিত ব্যক্তি।)
  2. That is — picture. ( সেইখন এখন ছবি।)
  3. There is — University in Guwahati. (গুৱাহাটীত এখন বিশ্ব বিদ্যালয় আছে।)
  4. Give me — one rupee note. ( মোক এখন এটকীয়া নোট দিয়া।)
  5. He is — M.L.A. ( সি এজন M.L.A.।)
  6. Mr. Bora is — M.B.B.S. ( মিষ্টাৰ বৰা এজন M.B.B.S।)
  7. Mrs. Kalita is — M.P. ( মিছেছ কলিতা এগৰাকী M.P.)
  8. Balen is — N.C.C Cadet. ( বলেন এজন N.C.C. কেডেট।)
  9. The dog is — faithful animal. ( কুকুৰ এটা বিশ্বাসী জন্তু।)
  10. The moon shines at night. ( জোন ৰাতি জিলিকে।)
  11. This is the loveliest picture. ( এইখন এখন আটাইতকৈ ভাল ছবি।)
  12. The Thar desert is in India. ( থৰ মৰুভূমি ভাৰতত আছে।)
  13. The Qutub Minar is in Delhi. (কুতুব মিনাৰ দিল্লীত আছে।)
  14. I am reading the Mahabharata. ( মই মহাভাৰত পঢ়ি আছোঁ।)
  15. Her brother is studying in the U.K. ( তাইৰ ককায়েক মাৰ্কিন যুক্তৰাষ্ট্ৰত পঢ়ি আছে।)

Personal pronoun ( ব্যক্তিগত সর্বনাম)

Activity 2: ( কাৰ্য্যসূচী ২:)

Fill in the blanks with the correct form of the personal pronouns given in brackets

শুদ্ধ ব্যক্তিগত সর্বনাম বহুৱাই খালী ঠাই বোৰ পূৰণ কৰা

i) The boy is playing with them. ( ল’ৰা টোৱে সিহঁতৰ লগত খেলি আছে। )

ii) I saw him. ( মই তাক দেখিলোঁ। )

iii) Will you come with me? ( তুমি মোৰ লগত আহিবা নে?)

iv) I know her as a dancer. ( মই তাইক এগৰাকী নাচনী হিচাপে চিনি পাওঁ।)

v) They invited us to the party. ( সিহঁতে আমাক পাৰ্টি লৈ নিমন্ত্ৰণ দিছে।)

vi) That book is mine. ( সেই কিতাপ খন মোৰ।)

vii) Is that your frock? ( সেইটো তোমাৰ ফ্ৰক নে?)

viii) Her brother is a Doctor. ( তাইৰ ককায়েক এজন ডাক্তৰ।)

Activity 3: (কাৰ্য্যসূচী ৩:)

Write the following sentences correctly ( বাক্য সমূহ শুদ্ধ কৈ লিখা )

i) He is you brother.

ii) This is mine book.

iii) I gave his my pen.

iv) That car is our.

v) Do you know she?

vi) Those are them bicycles.

vii) I uncle lives in Delhi.

viii) Everybody likes he for his kindness.

Writing activity: (লিখাৰ কাৰ্য্যকলাপ:)

Two friends are planning a picnic after their examination

দুজন বন্ধুৱে তেওঁলোকৰ পৰীক্ষাৰ পাছত এটা বন ভোজৰ পৰিকল্পনা কৰি আছে

Rajdeep: The annual examination is over and now our vacation starts. How about going for a picnic now?

ৰাজদীপ: আমাৰ বছৰেকীয়া পৰীক্ষা শেষ হ’ল আৰু এতিয়া আমাৰ চুটি আৰম্ভ হৈছে। এটা বন ভোজত গ’লে কেনেকুৱা হয়?

Gourav: Oh! It’s a great idea. We haven’t had a picnic for a long time. Let us fix a date and site for the picnic.

অহ! এইটো এটা ভাল বুদ্ধি। আমি বহু সময় ধৰি এনে কোনো বন ভোজলৈ যোৱা নাই। আমি এক নিৰ্দিষ্ট ঠাই আৰু তাৰিখ ঠিক কৰোঁ।

Rajdeep: What about going to Chandubi next Sunday?

অহা দেওবাৰে চান্দুবি লৈ গ’লে কেনে হয়?

Gourav: Yes, that will be a suitable place for our picnic. At what time shall we start?

হয়, সেইখন ঠাই আমাৰ বন ভোজৰ বাবে খুবেই ভাল হ’ব। আমি কেইটা বজাত আৰম্ভ কৰা ভাল?

Rajdeep: Let’s start at 7 o’ clock in the morning. We will meet at 6:30 a.m. in our school campus.

পোৱা ৭ টা বজাত আৰম্ভ কৰোঁ ব’লা। আমি ৬:৩০ বজাত আমাৰ স্কুল কেম্পাচতে লগ হ’ম।

Gourav: That will be fine. I think.

সেইটোৱেই উচিত হ’ব। মই ভাবোঁ।

Rajdeep: What are we going to cook there?

আমি তাত কি ৰান্ধিম?

Gourav: We will cook rice, dal, mixed vegetables and chicken curry. Won’t it be a good menu?

আমি তাত ভাত, দালি, ভাজি আৰু মাংসৰ জুল ৰান্ধিম। এইখন এখন ভাল খাদ্যৰ তালিকা নহব নে?

Rajdeep: That’s fine. But we’ll cook our own food ourselves. We will cook our food under a big tree and listen to songs.

ভাল হ’ব। আমি নিজৰ খাদ্য নিজেই ৰান্ধিম।আমি এজোপা ডাঙৰ গছৰ তলত আমাৰ খাদ্য বনাম আৰু গান শুনি থাকিম।

Gourav: That’s wonderful. We will put this proposal before our class and we hope our classmates as well as our class teacher will agree to this proposal.

খুব সুন্দৰ! আমি আমাৰ এই প্ৰস্তাৱ টো আমাৰ ক্লাছ ৰ আগত ৰাখিম আৰু আশা কৰোঁ যাতে আমাৰ সহপাঠী ৰ লগতে আমাৰ শ্ৰেণী অধ্যক্ষ ও এই প্ৰস্তাৱটিত সন্মতি দিব।

Summary:

(সাৰাংশ )

Two friends are planning a picnic after their annual examination. দুজন বন্ধুৱে তেওঁলোকৰ বছৰেকীয়া পৰীক্ষাৰ সমাপ্তিত এটা বন ভোজৰ আয়োজন কৰাৰ পৰিকল্পনা কৰি আছে। Rajdeep proposes to Gourav that they with their friends should go for a picnic to Chandubi next Sunday. ৰাজদ্বীপে গৌৰৱ ক প্ৰস্তাৱ দিলে যে তেওঁলোক তেওঁলোকৰ অন্য বন্ধু সকলৰ লগত অহা দেওবাৰে চান্দুবি লৈ বনভোজৰ বাবে যাব পাৰে। They have planned to start at 7 a.m. from their school campus. তেওঁলোকে পোৱা ৭টা বজাত স্কুল কেম্পাচ ৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। They will cook rice, dal, mixed vegetables and chicken curry on the picnic spot under a big tree. তেওঁলোকে বন ভোজৰ ঠাই খিনিত এজোপা ডাঙৰ গছৰ তলত ভাত, দালি, ভাজি আৰু মাংসৰ জোল বনাব। They will put their proposal before their class and their class teacher. তেওঁলোকে তেওঁলোকৰ প্ৰস্তাৱ টি ক্লাছৰ আগত আৰু শ্ৰেণী অধ্যক্ষ ৰ আগত ৰাখিব। They hope that their classmates as well as their class teacher will agree to their proposal. তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ সহপাঠীৰ লগতে তেওঁলোকৰ শ্ৰেণী অধ্যক্ষই তেওঁলোকৰ প্ৰস্তাৱটিত সন্মতি দিব।

The students of class IX of Global Jatiya Bidyalay are planning to celebrate the Teacher’s day.

গ্লোবেল জাতীয় বিদ্যালয় ৰ IX ৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক দিৱস পালন কৰাৰ পৰিকল্পনা কৰিছে।

Raja: Good morning friends. Our principal has informed us that as we are in class IX, this year we will have to arrange the Teacher’s day programme on 5 September.

গুড মৰ্ণিং বন্ধু সকল। আমাৰ উপ অধ্যক্ষই জনাইছে যে যিহেতু আমি ৯ম শ্ৰেণীৰ ছাত্ৰ, এই বছৰ আমি ৫ ছেপ্টেম্বৰ ত শিক্ষক দিৱস ৰ আয়োজন কৰিব লাগিব।

Nirban: Oh, that’s great! We thank our Principal for giving us this opportunity.

অহ, খুব ভাল! আমি আমাৰ উপ অধ্যক্ষক আমাক এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।

Mitali: At the same time, it is also a responsible job.

একে সময়তে, এইটো এটা দায়িত্বশীল কাম।

Raja: You are right Mitali. At first we will make an agenda of the whole programme.

তুমি ঠিকেই ক’লা মিতালী। প্ৰথমে আমি গোটেই প্ৰগ্ৰাম টোৰ এটা এজেণ্ডা তৈয়াৰ কৰিম।

Narcan: Then we will discuss the agenda with our Principal and our class teacher. We will invite a renowned educationist of our state as the chief guest of the programme.

তাৰ পাছত আমি আমাৰ উপ অধ্যক্ষ আৰু আমাৰ শ্ৰেণীৰ শিক্ষকৰ লগত এজেণ্ডা টোক লৈ আলোচনা কৰিম। আমাৰ অনুষ্ঠানৰ প্ৰধান অতিথি হিচাপে আমাৰ ৰাজ্যৰ এজন নামি শিক্ষাবিদক আমন্ত্ৰণ কৰিম।

Mitali: We will decorate the open stage for the programme. There must be a cultural programme also. We will pay our respect to our teachers by offering them fresh flowers.

আমি প্ৰগ্ৰাম টোৰ বাবে উন্মুক্ত মঞ্চটি সজাই দিম। এটা সাংস্কৃতিক প্ৰগ্ৰাম ও ৰাখিব লাগিব।আমি আমাৰ শিক্ষক সকলক তাজা ফুল দি তেওঁলোকক শ্ৰদ্ধা জনাম।