HS 2nd Year Assamese Book Chapter 12 জনতাৰ আহ্ৱান Online Exam | Posted on 29/01/202329/01/2023 by Puspa Kakati
এজাক বৰষুণৰ পিছত আকাশত ৰামধেনু কোনফালে দেখা পোৱা যায় ? Posted on 29/01/202329/01/2023 by Puspa Kakati Ans: সূৰ্যৰ বিপৰীত ফালে।
ৰাদাৰ যন্ত্ৰ কি কামত ব্য়ৱহৃত ? Posted on 29/01/202329/01/2023 by Puspa Kakati Ans: গ্ৰহ, নক্ষত্ৰ আৰু উৰাজাহাজৰ অৱস্থান নিৰ্ণয়ৰ কামত।
কিহৰ গতিৰ ক্ষেত্ৰত ‘মেকনম্বৰ’ শব্দ ব্য়ৱহাৰ কৰা হয় ? Posted on 29/01/202329/01/2023 by Puspa Kakati Ans: উৰাজাহাজ।