পাৰকিচচন ৰোগ মানৱ দেহৰ কোন অংগত হয় ? Posted on 29/01/202329/01/2023 by Puspa Kakati Ans: স্নায়ু তন্ত্ৰ।
কোনবিধ উদ্ভিদে খনিজ লৱণ বিহীন পানী শোষণ কৰিব পাৰে ? Posted on 29/01/202329/01/2023 by Puspa Kakati Ans: অৰ্কিড।