Month: January 2023

Class 7 History AJB/ Chapter 5 MCQs অসমৰ ৰণ-কৌশল, অস্ত্ৰ- শস্ত্ৰ ইত্য়াদি

১) প্ৰথম অবস্থাত অসমৰ অস্থ শস্থ কেনে ধৰণৰ আছিল? ১.যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি ২.ৰাইফল, থমচন, এ.কে.৪৭, ইটাদি ৩.ওপৰৰ দুয়োটা উত্তৰঃ যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি ২) অসমৰ আহোম ৰাজ্য়ত  স্থায়ী______নাছিল। ১.টকা-পইচা ২.ৰাণী ৩.সৈন্য়বাহিনী উত্তৰঃ সৈন্য়বাহিনী ৩) আহোমৰ সৈন্য়বহাহিনী কাৰ পৰা যোগাৰ কৰিছিল? ১.অসম পুলিচৰ পৰাৈ ২.Indian army পৰা ৩.পাইকসকলৰ পৰা উত্তৰঃ পাইকসকলৰ পৰা ৪)…

Read the full article