ইয়াতো মাৰিলো খুটি,তাতো মাৰিলো খুচি,দিল্লীত ওলালগৈ ফুটি ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ ডাকত দিয়া চিঠি
টিপ টিপ কৈ দিয়ে, গছে পিয়ে,আই অ’ই কি খাই জীয়ে ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ জ্বলি থকা চাকি
হাবিৰ পৰা ওলাল বাঘনী,চাৰি ঠেং মেলি হ’ল গাভিণী ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ আঠুৱাখন
Class 11 Political Science Chapter 5 বিধানমণ্ডল MCQs Online Exam Posted on 28/01/202328/01/2023 by Puspa Kakati