ঢাপে ঢাপে গৈ পালো ঢাপলিকা বাই, এটা আনি কাটি বাছি ছমাহলৈ খায় ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ বাঁহগাজ
হাঁহকণী লোদেৰ পোদোৰ কাছকণী গোল আৰু এবিধ কণী আছে লগায় গণ্ডগোল ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ লেখি ওকণী
আইৰ ভায়েক মোৰ হয় মোমাই, মোমাইৰ ভিনিহিয়েক মোৰ হয় কি ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ দেউতা
সাতজন ভাই ককাই নিতৌ আহে নিতৌ যায় ? Posted on 28/01/202328/01/2023 by Puspa Kakati উত্তৰঃ সপ্তাহৰ সাতবাৰ