ৰেনে ডেকাৰ্তে কিহৰ বাবে বিখ্য়াত ? Posted on 27/01/202327/01/2023 by Puspa Kakati Ans: জ্য়ামিতিত বীজগণিতৰ সূত্ৰ প্ৰয়োগৰ বাবে বিখ্য়াত।
ডেকাত বেঁকা বুঢ়াত পোন, এইষাৰ কথা নাজানে কোন ? Posted on 27/01/202327/01/2023 by Puspa Kakati উত্তৰঃ ঢেঁকীয়া শাক
এনোকেলিচ মহে মেলেৰীয়াৰ বাহিৰে আৰু কি ৰোগৰ বীজাণু বহন কৰে ? Posted on 27/01/202327/01/2023 by Puspa Kakati Ans: ফাইলেৰিয়াচিচ্।