শুন শুন শুন, উপজিয়েই লৰ মাৰে কোন?শুন শুন শুন, উপজিয়েই লৰ মাৰে কোন? Posted on 27/01/202327/01/2023 by Puspa Kakati উত্তৰঃ গাখীৰস কণী
বাঁহ খায় কাঠ খায়, পালী পালে মৰি যায় Posted on 27/01/202327/01/2023 by Puspa Kakati বাঁহ খায় কাঠ খায়, পালী পালে মৰি যায়? উত্তৰঃ জুই
Class 8 Social Science Chapter 1 Short Online Exam | Class 8 Social Science Lesson 1 Online Exam | Class 8 Social Science Chapter 1 MCQs Online Exam | Posted on 27/01/202327/01/2023 by Puspa Kakati Loading…
লম লম কৈ বাঢ়ি যায় ডাৰি চুলি পকি যায় Posted on 27/01/202327/01/2023 by Puspa Kakati লম লম কৈ বাঢ়ি যায় ডাৰি চুলি পকি যায় উত্তৰঃ গোমধান বা মাকৈ