অধ্য়ায় – 11 অনুশীলনী – 11(B) 1. যোগ কৰা : i) 3a, -10a ii) 4x2y, 8x2y iii) -9p2, -4p2c iv) x3, – 4×3, 15×3 v) -6y, -9y, 15y vi) 3xyz, -7xyz, 14xyz,-2xyz 2. প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা : i) 13b, 2b ii) 8b2, –…
Question and Answer Solution
অধ্য়ায় – 11 অনুশীলনী – 11(B) 1. যোগ কৰা : i) 3a, -10a ii) 4x2y, 8x2y iii) -9p2, -4p2c iv) x3, – 4×3, 15×3 v) -6y, -9y, 15y vi) 3xyz, -7xyz, 14xyz,-2xyz 2. প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা : i) 13b, 2b ii) 8b2, –…
অধ্য়ায় – 11 অনুশীলনী – 11(A) 1. তলৰ কোনবোৰ ৰাশি বহুপদ হয় আৰু কোনবোৰ বহুপদ নহয়? i) 3x + 2 ii) 7×2 – 1 + 2xy iii) 1 – 5y – y2 iv) 3x + 2y v) 7x + vi)x+ vii) viii) ix) …
অধ্য়ায় – 10 অনুশীলনী – 10 (B) 1. সুত বছৰি গণনা কৰিলে বছৰি 4% সুতৰ হাৰত 10000 টকাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা। 2. বছৰি 12% সুতৰ হাৰত 15625 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত উলিওৱা। 3. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰত 8000 টকা 3 বছৰৰ মূৰত কিমান টকা হ’বগৈ?…
অধ্য়ায় – 10 অনুশীলনী – 10(A) 1. বছৰি 10% হাৰে 6000 টকাৰ 2 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত উলিওৱা। 2. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰে 10000 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা। 3. 10000 টকা নূল্য়ৰ টিভি এটা এজন মানুহে এখন দোকানৰ পৰা মিশ্ৰ সুতত বছৰি 5% সুতৰ হাৰত 3 বছৰৰ অন্তত পৰিশোধ কৰাৰ …